ETV Bharat / state

NRC সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jul 18, 2019, 8:40 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক নেতা অখিল গগৈৰ ৷

NRC সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 18 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বেই গুৱাহাটীত সংবাদমেলযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেতবোৰ বিশেষ মন্তব্য কৃষক নেতাগৰাকীৰ ৷ গগৈৰ মতে, যেতিয়ালৈকে হিন্দু বাংলাদেশীক আনিবলৈ বৈধ আইন প্ৰণয়ন কৰিব নোৱাৰে তেতিয়ালৈকে চৰকাৰে এআৰচি সম্পূৰ্ণ হ'বলৈ নিদিয়ে ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰপতিৰ ওচৰলৈ এনআৰচিৰ নথি প্ৰেৰণ, প্ৰতীক হাজেলাৰ ওপৰত পৰা চাপ, কাক এনআৰচি নালাগে আদি বিষয়ৰ ওপৰতো নিজৰ মন্তব্য প্ৰকাশ কৰে গগৈয়ে ৷

Intro:NRC সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
সম্পূৰ্ণ NRC হোৱাটো নিশ্চিত নহয় বুলি কলে অখিল গগৈয়ে।
কাৰ ষড়যন্ত্ৰৰ বাবেই সম্পূৰ্ণ নহব NRC প্ৰক্ৰিয়া সেই কথাও জনালে অখিল গগৈয়ে।
ৰাষ্ট্ৰপতিৰ ওচৰলৈ লাখ লাখ নথি।পঠিয়ালে কোনে?
কোন সকল অসমীয়াক NRC খন নালাগে সেইয়া অখিল গগৈয়ে কলে।
কাৰোবাৰ ওচৰত বাধ্য হৈছে প্ৰতীক।হাজেলা বুলিও ব্যক্ত কৰিলে সাংবাদিক সকলৰ আগত।

Body:অখিল।গগৈৰ মতে যেতিয়ালৈকে হিন্দু বাংলাদেশী ক আনিবৰ বাবে আইন প্ৰণয়ন কৰি বাংলাদেশী বিলাকক বৈধ কৰিব নোৱাৰে তেতিয়ালৈ NRC ক সম্পূৰ্ণ হবলৈ নিদিয়ে চৰকাৰে।
সৰ্বোচ্চ ন্যায়ালয়ে NRC খন সঠিক মতে প্ৰস্তুত কৰাটো বিচাৰে অখিল গগৈয়ে।

Conclusion:প্ৰতীক হাজেলাৰ বাবে ভাল ভাৱ আছিল যদিও বৰ্তমান সময়ত কিছু বাধ্য হৈছে হেঁচা পায় বুলি কলে অখিল গগৈয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.