ETV Bharat / state

NIA আদালতৰ চৌহদৰ পৰা চৰকাৰলৈ বিশেষ দাবী অখিল গগৈৰ

কাৰাগাৰত অত্যন্ত কষ্ট ভোগ কৰি থকাৰ কথা জনালে অখিল গগৈয়ে ৷

Akhil gogoi demand from NIA court campus
NIA আদালতৰ চৌহদৰ পৰা চৰকাৰলৈ বিশেষ দাবী অখিল গগৈৰ
author img

By

Published : Apr 23, 2020, 2:15 PM IST

গুৱাহাটী,23 এপ্ৰিল: NIA আদালতৰ চৌহদৰ পৰা অখিল গগৈৰ মন্তব্য ৷ কাৰাগাৰত অত্যন্ত কষ্ট ভোগ কৰি থকাৰ কথা জনালে অখিল গগৈয়ে ৷ লগতে খাৰুৱা তেলৰ মূল্য বৃদ্ধি সন্দৰ্ভতো মন্তব্য প্ৰকাশ অখিল গগৈৰ ৷ তেলৰ মূল্য বৃদ্ধি অতি শীঘ্ৰে কম কৰিবলৈ দাবী জনালে অখিল গগৈয়ে ৷ আনহাতে বহিঃৰাজ্যত আবদ্ধ হৈ থকা প্ৰায় চাৰি পাঁচলাখ মানুহক অতিশীঘ্ৰে অসমলৈ ঘূৰাই আনিবলৈ চৰকাৰক দাবী জনালে কৃষক নেতা গৰাকীয়ে ৷

Akhil gogoi demand from NIA court campus
NIA আদালতৰ চৌহদৰ পৰা চৰকাৰলৈ বিশেষ দাবী অখিল গগৈৰ

লগতে কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ লগতে 6 হাজাৰ টকাকৈ প্ৰতিটো খেতিয়কৰ পৰিয়ালক দিবলৈ চৰকাৰক দাবী জনালে কৃষক নেতা গৰাকীয়ে ৷ আনহাতে তেওঁৰ ওপৰত এটাৰ পিছত আন এটা গোচৰ জাপি দিয়াৰ লগতে বুধবাৰে আন তিনিটা নতুন গোচৰ জাপি দিয়াৰ কথা জানিবলৈ দিলে অখিল গগৈয়ে ৷

লগতে পঢ়কঃ সমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.