গুৱাহাটী, 13 জুলাইঃ উত্তৰ পূবৰ হজ যাত্ৰীৰ বাবে বিমান সেৱাৰ সংখ্যা বৃদ্ধি ৷ উত্তৰ পূবৰ হজ যাত্ৰীৰ বাবে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰৰ পৰা মক্কালৈ যোৱাৰ বাবে 4 জুলাইৰ পৰা 13 জুলাই লৈ এশ এখনকৈ বিমান সেৱা প্ৰদান কৰা হৈছিল ৷ য'ত এখন বিমানত 150 জনকৈ হজ যাত্ৰী মক্কালৈ উৰা মাৰে। হজ যাত্ৰীৰ সুবিধাৰ্থে 14 জুলাইত আৰু দুখন বিমানৰ যোগান ধৰা হয় ৷ এখনত সোমবাৰে 300 হজ যাত্ৰী যাব আৰু 15 জুলাইত তিনিখন বিমানত 450 হজ যাত্ৰী যাব । লগতে 16 জুলাইৰ পৰা প্ৰতিদিনে দুখনকৈ বিমান মক্কালৈ হজ যাত্ৰী লৈ উৰা মৰাৰ কথা জানিবলৈ দিয়ে উত্তৰ পূবৰ হজ কমিটিৰ বিষয়ববীয়াই ।
হজ যাত্ৰীৰ বাবে বিমান সেৱা বৃদ্ধি - assam news
হজ যাত্ৰীৰ সুবিধাৰ্থে 14 জুলাইত আৰু দুখন বিমানৰ যোগান ধৰা হয় ৷ এখনত সোমবাৰে 300 হজ যাত্ৰী যাব আৰু 15 জুলাইত তিনিখন বিমানত 450 হজ যাত্ৰী যাব
গুৱাহাটী, 13 জুলাইঃ উত্তৰ পূবৰ হজ যাত্ৰীৰ বাবে বিমান সেৱাৰ সংখ্যা বৃদ্ধি ৷ উত্তৰ পূবৰ হজ যাত্ৰীৰ বাবে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰৰ পৰা মক্কালৈ যোৱাৰ বাবে 4 জুলাইৰ পৰা 13 জুলাই লৈ এশ এখনকৈ বিমান সেৱা প্ৰদান কৰা হৈছিল ৷ য'ত এখন বিমানত 150 জনকৈ হজ যাত্ৰী মক্কালৈ উৰা মাৰে। হজ যাত্ৰীৰ সুবিধাৰ্থে 14 জুলাইত আৰু দুখন বিমানৰ যোগান ধৰা হয় ৷ এখনত সোমবাৰে 300 হজ যাত্ৰী যাব আৰু 15 জুলাইত তিনিখন বিমানত 450 হজ যাত্ৰী যাব । লগতে 16 জুলাইৰ পৰা প্ৰতিদিনে দুখনকৈ বিমান মক্কালৈ হজ যাত্ৰী লৈ উৰা মৰাৰ কথা জানিবলৈ দিয়ে উত্তৰ পূবৰ হজ কমিটিৰ বিষয়ববীয়াই ।
Body:উত্তৰ পূৰ্ব হজ যাত্ৰীৰ বাবে গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বিমানবন্দৰৰ পৰা মক্কালৈ যোৱাৰ বাবে ৪ জুলাইৰ পৰা ১৩ জুলাই লৈ এশ এখনকৈ বিমান সেৱা প্ৰদান কৰা হৈছিল যত ১৫০ জনকৈ হজ যাত্ৰী মক্কালৈ উৰা মাৰিছিল। হজ যাত্ৰীৰ সুবিধাৰ্থে ১৪ জুলাইত দুখন যত ৩০০ হজ যাত্ৰী যাব, ১৫ জুলাইত তিনিখন বিমান ৪৫০ হজ যাত্ৰী যাব। ১৬ জুলাইৰ পৰা প্ৰতিদিনে দুখনকৈ বিমান মক্কালৈ হজ যাত্ৰী লৈ উৰা মৰাৰ কথা জানিবলৈ দিয়ে উত্তৰ পূৰ্ব হজ কমিটিৰ বিষয়ববীয়া।
Byte 1
Conclusion:Asrar Ansari
গুৱাহাটী