ETV Bharat / state

বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক ফুলৰ থোপাৰে অভিনন্দন অগপৰ - জে পি নাড্ডা

শুকুৰবাৰে দিল্লীত বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰে অগপ নেতাই ৷

অগপ
দিল্লীত জে পি নাড্ডাক অগপই দিলে ফুলৰ টোৰা
author img

By

Published : Feb 1, 2020, 12:10 PM IST

Updated : Feb 1, 2020, 12:17 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত থিয় দি অসমীয়া ৰাইজৰ ৰোষত পৰা অসম গণ পৰিষদৰ নেতৃত্বই শুকুৰবাৰে দিল্লীত সাক্ষাৎ কৰে বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক । নতুন সভাপতি গৰাকীক গামোচা পিন্ধাই , ফুলৰ থোপাৰে অভিনন্দন জ্ঞাপন কৰে অগপৰ নেতাই । অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত নাড্ডাক সাক্ষাৎ কৰা এই দলটোত আছিল কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতা ।

আৰু পঢ়কঃ অসম এৰি গুছি যাব জুবিন গাৰ্গ !

Intro:গুৱাহাটী, ১ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত থিয় দি অসমীয়া ৰাইজৰ ৰোষত পৰা অসম গণ পৰিষদৰ নেতৃত্বই শুকুৰবাৰে দিল্লীত সাক্ষাৎ কৰে বিজেপিৰ নৱ নিযুক্ত সভাপতি জে পি নাড্ডাক ।Body:নতুন সভাপতি গৰাকীক গামোচা পিন্ধাই , ফুলৰ টোৰা যাচি অভিনন্দন জ্ঞাপন কৰে অগপই । Conclusion:অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত নাড্ডাক সাক্ষাৎ কৰা এই দলটোত আছিল কেশৱ মহন্ত , ফণীভূষণ চৌধুৰী , বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , ডাঃ কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতা ।
Last Updated : Feb 1, 2020, 12:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.