ETV Bharat / state

অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ ন্যায়ালয়ৰ

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ জাৰি কৰিলে গুৱাহাটী চেচন ন্যায়ালয়ে ৷ 26 চেপ্তেম্বৰৰ পৰা 19 নৱেম্বৰলৈ অগপৰ কাৰ্যালয়ত সাধাৰণ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

AGP central meeting has been put on hold by Guwahati session court
অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন স্থগিতাদেশৰ নিৰ্দেশ ন্যায়ালয়ৰ
author img

By

Published : Aug 26, 2020, 10:52 PM IST

Updated : Aug 26, 2020, 10:57 PM IST

গুৱাহাটী, 26 আগষ্টঃ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ জাৰি কৰিলে গুৱাহাটী চেচন ন্যায়ালয়ে ৷ 26 চেপ্তেম্বৰৰ পৰা 19 নৱেম্বৰলৈ অগপৰ কাৰ্যালয়ত সাধাৰণ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বুধবাৰে মহানগৰৰ চেচন আদালতে জাৰি কৰে স্থগিতাদেশ ৷

AGP central meeting has been put on hold by Guwahati session court
অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন স্থগিতাদেশৰ নিৰ্দেশ ন্যায়ালয়ৰ

উল্লেখ্য যে, দলৰ সংবিধান অবমাননা কৰি অধিৱেশন অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছিল দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ৷ আৰু ইয়াৰ পিছতেই গিৰীণ তালুকদাৰ, জীতেন ডেকা আৰু হেমেন লহকৰে স্থগিতাদেশ আৰোপ কৰাৰ বাবে আবেদন জনাইছিল আদালতত ৷ এই আবেদনৰ ভিত্তিতেই ন্যায়ালয়ে প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায় ৷

আনহাতে, অগপৰ কেন্দ্ৰীয় সাধাৰণ অধিবেশনত আদালতে স্থগিতাদেশ দিয়াৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক সত্যব্ৰত কলিতাই ৷ বিধায়কগৰাকীয়ে কয় যে, আমাৰ অধিবেশন ইতিমধ্যে আৰম্ভ হৈছে, কাইলৈ সন্ধিয়া এই অধিবেশন সমাপ্ত হ’ব ৷ অধিৱেশন স্থগিত ৰখাৰ বাবে আদালতৰ নিৰ্দেশ লাভ নকৰা বুলি জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক-বিভিন্ন দাবীৰে ৰাজ্যজুৰি আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

Last Updated : Aug 26, 2020, 10:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.