ETV Bharat / state

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা

দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত অগপৰ সভাপতি অতুল বৰা ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পক্ষত মন্তব্য প্ৰকাশ বৰাৰ ৷

AGP always stands on favor of giving ST status to six ethnic communities: Atul Bora
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা
author img

By

Published : Dec 3, 2019, 5:30 PM IST

গুৱাহাটী,3 ডিচেম্বৰঃ নতুন দিল্লীত এক বিশেষ আমন্ত্ৰণযোগে অসম গণ পৰিষদৰ সভাপতিসহ প্ৰতিনিধি দল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে৷ দলটোৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা সঁজাতি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ অন্তত মংগলবাৰে গুৱাহাটীত উপস্থিত হয়হি ৷ অসমত উপস্থিত হৈ সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অগপৰ সভাপতি অতুল বৰাই ৷ অগপৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে প্ৰত্যাশিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ অতি শীঘ্ৰেই সম্পন্ন কৰিবলৈ গৃহমন্ত্ৰী শ্বাহক আহ্বান জনোৱা বুলি উল্লেখ কৰে ৷ সভাপতিগৰাকীয়ে লগতে জনজাতিকৰণ সন্দৰ্ভত অগপৰ স্থিতি সদায়েই সপক্ষত বুলি মন্তব্য কৰে ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাটো আমি বিচাৰোঃ অতুল বৰা

ইফালে শেহতীয়াকৈ কেব সন্দৰ্ভত অগপৰ নৰম স্থিতিৰ বাবে দলটো সমালোচনাৰ সন্মুখীন হোৱাৰ প্ৰসংগত অতুল বৰাই এনেধৰণৰ অপবাদসমূহ ভিত্তিহীন বুলি মন্তব্য কৰে ৷

আৰু পঢ়ক হাতৰ তেজেৰে শ্ল'গান লিখি প্ৰতিবাদ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

Intro:দিল্লীত গৃহমন্ত্ৰী অমিত চাহক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত অতুল বৰা ।

CABক লৈ মন্তব্য অতুল বৰাৰ
জনজাতিকৰণক লৈও অতুল বৰাৰ মন্তব্য
'অসমত খিলঞ্জীয়াই ভুল নুবুজিব'
'আমি সদায় খিলঞ্জীয়াৰ পক্ষত'
'চৰকাৰৰ স্থিতিক লৈ এতিয়াও অপেক্ষিত আমি'Body:দিল্লীত গৃহমন্ত্ৰী অমিত চাহক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত অতুল বৰা ।

CABক লৈ মন্তব্য অতুল বৰাৰ
জনজাতিকৰণক লৈও অতুল বৰাৰ মন্তব্য
'অসমত খিলঞ্জীয়াই ভুল নুবুজিব'
'আমি সদায় খিলঞ্জীয়াৰ পক্ষত'
'চৰকাৰৰ স্থিতিক লৈ এতিয়াও অপেক্ষিত আমি'Conclusion:দিল্লীত গৃহমন্ত্ৰী অমিত চাহক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত অতুল বৰা ।

CABক লৈ মন্তব্য অতুল বৰাৰ
জনজাতিকৰণক লৈও অতুল বৰাৰ মন্তব্য
'অসমত খিলঞ্জীয়াই ভুল নুবুজিব'
'আমি সদায় খিলঞ্জীয়াৰ পক্ষত'
'চৰকাৰৰ স্থিতিক লৈ এতিয়াও অপেক্ষিত আমি'
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.