গুৱাহাটী, 4 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে জাৰি কৰা হৈছে লক ডাউন । এই সময়চোৱাত সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ কৰিছে ভিন্নজনে । লক ডাউনৰ সময়চোৱাত প্ৰায় সকলো লোকেই নিজৰ পছন্দ অনুসৰি ঘৰতে সম্পাদন কৰিছে ভিন্ন কাম । ঠিক তেনেদৰে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়েও এই সময়চোৱা অতিবাহিত কৰিছে কিছু ঘৰুৱা কামৰ মাজেৰে । লগতে এক ভিডিঅ'যোগে অভিনেত্ৰী গৰাকীয়ে সকলোকে নিজৰ লগতে নিজৰ পৰিয়ালৰ লোকক কৰ'ণা মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ, চৰকাৰে জাৰি কৰা লক ডাউনৰ সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় ।
লকডাউনৰ সময়বোৰ কেনেদৰে পাৰ হৈছে অভিনেত্ৰী গীতাৱলীৰ - অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী
সকলোকে নিজৰ লগতে নিজৰ পৰিয়ালৰ লোকক কৰ'ণা মহামাৰীৰ পৰা হাত সাৰি থাকিবলৈ, চৰকাৰে জাৰি কৰা লক ডাউনৰ সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে ।