ETV Bharat / state

জাতীয়তাবাদী নেতা আব্দুল মান্নানৰ দেহাৱসান

দীৰ্ঘদিন ধৰি এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল নেতাগৰাকী

নেতা আব্দুল মান্নানৰ দেহাৱসান
author img

By

Published : Mar 3, 2019, 8:42 PM IST

গুৱাহাটী, ৩ মাৰ্চ :জাতীয়তাবাদী নেতা তথা অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা নেতা আব্দুল মান্নানৰ দেহাৱসান । দুটাকৈ কিডনী বিকল হৈ ৭২বছৰ বয়সত মৃত্যুক সাৱতি লয় নেতাগৰাকীয়ে ।বিগত এমাহৰ পৰা বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন আছিল তেওঁ । মৃত্যুৰ সময়ত পুত্ৰ, কন্যাকে ধৰি আৰু দুজক ককায়েকক এৰি থৈ যায় তেওঁ । দেওবাৰে বৰপেটা ৰোডৰ নিজ বাসভৱনত জানাজা সম্পন্ন কৰা হ'ব নেতাগৰাকীৰ ।

Slug: A_GHY_3MAR_801_ABDUL MANNAN DEATH_HIRUL HAQUE

জাতীয়তাবাদী নেতা তথা অসম আন্দোলনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আব্দুল মান্নানৰ দেহাৱসান।
৭২বছৰ বয়সত দুটাকৈ কিডনী বিকল হৈ মৃত্যু হয় জাতীয়তাবাদী নেতাগৰাকীৰ।
প্ৰায় এক মাহৰ পৰা বৰাগাঁওস্থিত এক্সেল কেয়াৰ হস্পিতালত চিকিৎসাধীন আছিল আব্দুল মান্নান।
মৃত্যুৰ সময়ত পুত্ৰ, কন্যা আৰু দুজক ককায়েকক এৰি যায়।
সোমাবাৰে বৰপেটা ৰোডৰ নিজ বাসভৱন জানাজা সম্পন্ন হ'ব।

Visual-FTP
(Hirul Haque/Guwahati)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.