ETV Bharat / state

"চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে"-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - Guwahati AASU protest news

সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ভাষ্য "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে। চৰকাৰে জানে সেই গুপ্ত হত্যাকাৰী কোন অতি শীঘ্ৰে কৰায়ত্ত কৰক হত্যাকাৰীক।" লগতে অত্যাচাৰে কেতিয়াও আন্দোলনত বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট ভাষাত কয় উপদেষ্টা গৰাকীয়ে ৷ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থী সকলে ‘কা’ বিৰোধী বেজ পৰিধান কৰি পৰীক্ষাত বহা কাৰ্যক প্ৰশংসা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

AASU protest at Guwahati
"চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে"-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
author img

By

Published : Jan 4, 2020, 10:39 AM IST

গুৱাহাটী,4 জানুৱাৰীঃ ৰাজ্যত এতিয়াও শাম কটা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ ৷ শুকুৰবাৰে আছুৰ নেতৃত্বত 30 টাকৈ সংগঠনৰ জোঁৰ সমদল ৷ শ্বহীদ ভৱনৰ পৰা দীঘলীপুখুলৈকে জোঁৰ সমদল বাহিৰ কৰিলে প্ৰতিবাদকাৰীসকলে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত স্পষ্ট ৰূপত কয় যে, আইনখন বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি যাব ৷ চৰকাৰৰ অপশাসন আৰু দমন মূলক স্থিতিয়ে স্তব্ধ কৰিব নোৱাৰে ‘কা’ বিৰোধী প্ৰতিবাদক ৷

"চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে"-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ইয়াৰ উপৰিও গোলাঘাট আৰু অন্যান্য স্থানত গুপ্তহত্যাকাৰী মেলি দিয়াৰ কথা জানিবলৈ দিয়ে আছুৰ উপদেষ্টাগৰাকীয়ে ৷ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ভাষ্য "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে। চৰকাৰে জানে সেই গুপ্ত হত্যাকাৰী কোন আৰু অতি শীঘ্ৰে কৰায়ত্ত কৰক হত্যাকাৰীক।" লগতে অত্যাচাৰে কেতিয়াও আন্দোলনত বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে উপদেষ্টা গৰাকীয়ে ৷ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থী সকলে ‘কা’ বিৰোধী বেজ পৰিধান কৰি পৰীক্ষাত বহা কাৰ্যক প্ৰশংসা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

আনহাতে আছুৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকাৰী সকলক অত্যাচাৰ কৰাৰ সন্দৰ্ভত সৰৱ হৈ পৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ অতি শীঘ্ৰে অত্যাচাৰ বন্ধ নকৰিলে অত্যাচাৰৰ জবাব চৰকাৰে দিব লাগিব বুলি স্পষ্ট কৰি দিয়ে আছুৰ উপদেষ্টাগৰাকীয়ে ৷

লগতে পঢ়ক-ঘন কুঁৱলীৰ বাবে মধ্যপ্ৰদেশত সংঘটিত বিমান দুৰ্ঘটনাঃপাইলটৰ মৃত্যু

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল। শ্বহীদ ভৱনৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হাতত জোঁৰ লৈ দীঘলীপুখুৰী লৈ পদযাত্ৰাৰে প্ৰতিবাদী সমদল। বিজেপি বিৰোধী শ্লোগান আৰু কা নামনো ধ্বনিৰে উত্তাল হল মহানগৰৰ ৰাজপথ। আছু ৰ নেতৃত্বত 30 টাকৈ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত শুক্ৰবাৰে এনেদৰে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে। প্ৰতিবাদ এতিয়াও যে শেষ হোৱা নাই সেই কথা স্পষ্ট কৈ চৰকাৰক জনালে এই প্ৰতিবাদী সমদলে।

Body:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়াও শাম কটা নাই। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত শ্বহীদ ভৱনৰ পৰা কা বিৰোধী প্ৰতিবাদী জোঁৰ সমদল। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত স্পষ্ট ৰূপত কয় যে কা বাতিল নোহোৱা পৰ্যন্ত প্ৰতিবাদ চলি যাব। চৰকাৰৰ অপশাসন আৰু দমন মূলক স্থিতিয়ে স্তব্ধ কৰিব নোৱাৰে কা বিৰোধী প্ৰতিবাদক। লগতে গোলাঘাট আৰু অন্যান্য স্থানত গুপ্তহত্যাকাৰী মেলি দিয়াৰ কথা জানিবলৈ দিয়ে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ ভাষ্য "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে। চৰকাৰে জানে সেই গুপ্ত হত্যাকাৰী কোন অতি শীঘ্ৰে কৰায়ত্ত কৰক হত্যাকাৰীক।" লগতে অত্যাচাৰে কেতিয়াও আন্দোলনত বন্ধ কৰিব নোৱাৰে বুলি স্পষ্ট ভাষাত কয় উপদেষ্টা গৰাকীয়ে। ছাত্ৰ সকলৰ স্থিতিক প্ৰশংসা , ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ্থী সকলে কা বিৰোধী বেজ পৰিধান কৰি পৰীক্ষাত বহা কাৰ্যক প্ৰশংসা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।

Conclusion:আনহাতে আছুৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকাৰী সকলক অত্যাচাৰ কৰাৰ সন্দৰ্ভত সৰৱ হৈ উঠিছে সমুজ্জল কুমাৰ ভট্টাচাৰ্য। তেখেতৰ ভাষ্য অতি শীঘ্ৰে অত্যাচাৰ বন্ধ কৰক নহলে অত্যাচাৰৰ জবাব দিব লাগিব বুলি সকীয়নী দিয়ে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.