ETV Bharat / state

বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়ঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য - সমুজ্জল কুমাৰ ভট্টাচাৰ্য

গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন । বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সদায় এই কাৰ্যৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

বৃহৎ নদীবান্ধৰ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়ঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য
author img

By

Published : Aug 24, 2019, 5:45 PM IST

Updated : Aug 24, 2019, 6:21 PM IST

কামৰূপ, 24 আগষ্টঃ গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে ছাত্ৰ সন্থা । গেৰুকামুখ প্ৰকল্পক লৈ শক্তি বিভাগ আৰু NHPC ৰ মাজত খচৰা চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন । অসমৰ জনমতক নস্যাৎ কৰি দিল্লী আৰু অসম চৰকাৰৰ তৎপৰতাত গেৰুকামুখ প্ৰকল্পৰ কাম তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ অপচেষ্টা চলাইছে । শুকুৰবাৰে NHPC ৰ CMD বলৰাজ যোশী আৰু শক্তি বিভাগৰ প্ৰধান সচিব নির্জ বৰ্মাৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ পিছতে এতিয়া ৰাজ্যৰ দল-সংগঠনসমূহে বিৰোধিতা কৰে । এই সমগ্ৰ বিষয়ৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে, অসমৰ জনগণৰ কথা চিন্তা নকৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ যুক্তি সমূহ নস্যাৎ কৰি অসমৰ সোণোৱাল চৰকাৰখনে ৰাইজক অন্ধকাৰত থৈ এই চুক্তি সম্পাদন কৰিছে। নামনি সোৱণশিৰী জলবিদ্যুৎ সম্পৰ্কে অসমৰ বিশেষজ্ঞ সমিতি আৰু ২৯ টা জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা আধৰুৱা কৰি বৃহৎ নদীবান্ধৰ কাম আগবঢ়োৱাৰ কথা ভাবিছে ।

বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়ঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য

লগতে এইখন বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰি চৰকাৰৰ গাদী দখল কৰিছিল আৰু নিৰ্বাচনত জয়ী হোৱাৰ পিছত অন্য এটা স্থিতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে । তাৰোপৰি স্পষ্ট কৰি কয় যে, বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সদায় এই কাৰ্যৰ বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ৷

Intro:সীমান্ত সুৰক্ষা বাহিনীৰ গুলিত নিহত বাংলাদেশী গৰু চুৰ।Body:
কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত সীমান্ত নিশা সীমান্ত আৰক্ষীৰ গুলিয়াগুলি ।
চুৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নিশা সীমান্ত আৰক্ষীয়ে চলাইছিল অভিযান ।
ফুলকান্দি বিওপি এলেকাত সংঘটিত হৈছে এই ঘঠনা ।
সীমান্ত আৰক্ষীৰ গুলিত নিহত হৈছে এজন লোক ।
সীমান্ত আৰক্ষীৰ মতে নিশা চুৰাং গৰু সৰবৰাহকাৰী দলে ফেনচিং কাটি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল ।
সীমান্ত আৰক্ষীৰ গুলিত নিহত হোৱা লোকজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই ।
ফুলকান্দিত উপস্থিত আৰক্ষীৰ লগতে সীমান্ত আৰক্ষীৰ দল ।
ম্যাজিষ্টেট অহাৰ পিছত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হয় চোকা অস্ত্ৰ মোবাইল।সন্দেহ লোকজন বাংলাদেশী গৰু চুৰ।আৰু এই অবৈধ গৰুৰ চোৰাং বেহা সন্ধৰ্বত পোনপ্ৰথমে আমি বাতৰি প্ৰকাশ কৰিছিলোঁ তাৰ পিছতেই সীমান্ত সুৰক্ষা বাহিনী যতেষ্ঠ ছষ্ঠম হৈ উঠিছে আৰু এই ঘটনা তাৰ প্ৰমাণ।কৰিমগঞ্জ আৰক্ষীৰ ডিএছপী শুধন্য শুক্লবৈদ্যই আমাক কয় 15 /20 জনীয়া এটা গৰুচোৰৰ দল আহিছিল কেইটাতাৰৰ বেৰ কাটি বাংলাদেশ লৈ পাৰ কৰাৰ কাৰণে তেতিয়া বিএছএফ এ ৰবট বুলেট নিক্ষেপ কৰে আৰু তেওঁৰ মৃত্যু হয়।বাকী চুৰ সকল পলাই যাবলৈ সক্ষম হয়।Conclusion:পিছে তদন্তত কি পোহৰলৈ আহে এয়াই লক্ষ্যনিয়
Last Updated : Aug 24, 2019, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.