- জাতিক সুৰক্ষাকৱচ প্ৰদান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ
- দাবী আপত্তিৰ দহবিধ নীতিৰ বিৰোধিতা কৰিলে চৰকাৰে
- চৰকাৰৰ সৈতে থকা ৰাজনৈতিক দলসমূহে নিজৰ দায়িত্ব পালন নকৰিলে
- চৰকাৰী বিষয়াৰ ৰদ-বদলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিষেধাজ্ঞা নামানিলে চৰকাৰে
- চৰকাৰে কোৱাৰ দৰেই বিদেশী নাগৰিকৰ চিনাক্তকৰণটো কোনো গুৰুত্ব নিদিলে
- কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে জাতিলৈ অহা ঐতিহাসিক সুযোগৰ সদব্যৱহাৰ নহ'ল
- আজি অসমৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন
- আজিৰ দিনটোত ছবছৰীয়া অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালো
- বিগত চল্লিছ বছৰেই কোনো চৰকাৰেই অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান নকৰিলে
- নাগৰিকপঞ্জী উন্নীতকৰণৰ আইনী প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে আগবাঢ়িছিল
- অসমৰ ৰাইজে অসমৰ ছাত্ৰসন্থাই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিছাৰিছো
- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাদ পৰা নাগৰিকৰ সংখ্যাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰি অহা অবৈধ নাগৰিকৰ সংখ্যাৰ কাষ নাচাপিল
- এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠিল বুলি আমাৰ অনুভৱ হৈছে
- সেইবাবেই আমি নিৰাময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰাৰ সিদ্ধান্ত লৈছো
- চৰকাৰী উদ্যোগত অবৈধ বিদেশীৰ বিৰুদ্ধে দাবী আপত্তি কৰাৰ কোনো ব্যৱস্থা নকৰিলে
- বিগত এটা বছৰত চৰকাৰে এশ মানুহৰ নাম বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰিছে
- আজি প্ৰকাশ পোৱা এনআৰচিত বাদ পৰা সংখ্যা অন্তৰ্ভুক্ত নোহোৱা বিদেশীৰ সংখ্যাৰ সৈতে অমিল
- খিলঞ্জীয়াৰ নাম বাদ পৰিলে আছুৱে সহায় কৰিবলৈ সাজু
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সুখী নহয় আছু
বহু প্ৰতীক্ষাৰ অন্তত প্ৰকাশ পালে অসমীয়া জাতিৰ ৰক্ষাকৱচ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সুখী নহয় আছু
- জাতিক সুৰক্ষাকৱচ প্ৰদান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ
- দাবী আপত্তিৰ দহবিধ নীতিৰ বিৰোধিতা কৰিলে চৰকাৰে
- চৰকাৰৰ সৈতে থকা ৰাজনৈতিক দলসমূহে নিজৰ দায়িত্ব পালন নকৰিলে
- চৰকাৰী বিষয়াৰ ৰদ-বদলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিষেধাজ্ঞা নামানিলে চৰকাৰে
- চৰকাৰে কোৱাৰ দৰেই বিদেশী নাগৰিকৰ চিনাক্তকৰণটো কোনো গুৰুত্ব নিদিলে
- কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে জাতিলৈ অহা ঐতিহাসিক সুযোগৰ সদব্যৱহাৰ নহ'ল
- আজি অসমৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন
- আজিৰ দিনটোত ছবছৰীয়া অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালো
- বিগত চল্লিছ বছৰেই কোনো চৰকাৰেই অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান নকৰিলে
- নাগৰিকপঞ্জী উন্নীতকৰণৰ আইনী প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে আগবাঢ়িছিল
- অসমৰ ৰাইজে অসমৰ ছাত্ৰসন্থাই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিছাৰিছো
- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাদ পৰা নাগৰিকৰ সংখ্যাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰি অহা অবৈধ নাগৰিকৰ সংখ্যাৰ কাষ নাচাপিল
- এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠিল বুলি আমাৰ অনুভৱ হৈছে
- সেইবাবেই আমি নিৰাময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰাৰ সিদ্ধান্ত লৈছো
- চৰকাৰী উদ্যোগত অবৈধ বিদেশীৰ বিৰুদ্ধে দাবী আপত্তি কৰাৰ কোনো ব্যৱস্থা নকৰিলে
- বিগত এটা বছৰত চৰকাৰে এশ মানুহৰ নাম বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰিছে
- আজি প্ৰকাশ পোৱা এনআৰচিত বাদ পৰা সংখ্যা অন্তৰ্ভুক্ত নোহোৱা বিদেশীৰ সংখ্যাৰ সৈতে অমিল
- খিলঞ্জীয়াৰ নাম বাদ পৰিলে আছুৱে সহায় কৰিবলৈ সাজু
Intro:Body:
Conclusion:
- জাতিক সুৰক্ষাকৱচ প্ৰদান কৰাত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰঃ লুৰিনজ্যোতি গগৈ ৷
- দাবী আপত্তিৰ দহবিধ নীতিৰ বিৰোধিতা কৰিলে চৰকাৰেঃ লুৰিনজ্যোতি গগৈ ৷
- চৰকাৰৰ সৈতে থকা ৰাজনৈতিক দলসমূহে নিজৰ দায়িত্ব পালন নকৰিলেঃ লুৰিনজ্যোতি গগৈ ৷
- চৰকাৰী বিষয়াৰ ৰদ-বদলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা নিষেধাজ্ঞা নামানিলে চৰকাৰেঃ লুৰিনজ্যোতি গগৈ ৷
- চৰকাৰে কোৱাৰ দৰেই বিদেশী নাগৰিকৰ চিনাক্তকৰনটো কোনো গুৰুত্ব নিদিলেঃ লুৰিনজ্যোতি গগৈ ৷
- কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে জাতিলৈ অহা ঐতিহাসিক সুযোগৰ সদব্যৱহাৰ নহ'লঃ লুৰিনজ্যোতি গগৈ ৷
- আজি অসমৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিনঃ সমুজ্জল ভট্টাচাৰ্য ৷
- আজিৰ দিনটোত ছবছৰীয়া অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনালোঃ সমুজ্জল ভট্টাচাৰ্য ৷
- বিগত চল্লিছ বছৰেই কোনো চৰকাৰেই অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধান নকৰিলেঃ সমুজ্জল ভট্টাচাৰ্য ৷
- নাগৰিকপঞ্জী উন্নীতকৰণৰ আইনী প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে আগবাঢ়িছিলঃ সমুজ্জল ভট্টাচাৰ্য ৷
- অসমৰ ৰাইজে অসমৰ ছাত্ৰসন্থাই জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান বিছাৰিছোঃ সমুজ্জল ভট্টাচাৰ্য ৷
- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাদ পৰা নাগৰিকৰ সংখ্যাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সময়ে সময়ে প্ৰকাশ কৰি অহা অবৈধ নাগৰিকৰ সংখ্যাৰ কাষ নাচাপিলঃ সমুজ্জল ভট্টাচাৰ্য ৷
- এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ নুঠিল বুলি আমাৰ অনুভৱ হৈছেঃ সমুজ্জল ভট্টাচাৰ্য ৷
- সেইবাবেই আমি নিৰাময় বিচাৰি উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰাৰ সিদ্ধান্ত লৈছোঃ সমুজ্জল ভট্টাচাৰ্য ৷
- চৰকাৰী উদ্যোগত অবৈধ বিদেশীৰ বিৰুদ্ধে দাবী আপত্তি কৰাৰ কোনো ব্যৱস্থা নকৰিলেঃ সমুজ্জল ভট্টাচাৰ্য ৷
- বিগত এটা বছৰত চৰকাৰে এশ মানুহৰ নাম বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰিছেঃ সমুজ্জল ভট্টাচাৰ্য ৷
- আজি প্ৰকাশ পোৱা এনআৰচিত বাদ পৰা সংখ্যাটো অন্তৰ্ভুক্ত নোহোৱা বিদেশীৰ সংখ্যাৰ সৈতে মিল নাখালেঃ সমুজ্জল ভট্টাচাৰ্য ৷
- খিলঞ্জীয়াৰ নাম বাদ পৰিলে আছুৱে সহায় কৰিবলৈ সাজু আছেঃ সমুজ্জল ভট্টাচাৰ্য ৷
Conclusion: