ETV Bharat / state

কটন বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ আপুৰুগীয়া পৌৰাণিক মূৰ্তি - 11-12 শতিকাৰ সূৰ্য মূৰ্তি

কটন বিশ্ববিদ্যালয়ৰ নিৰ্মীয়মান প্ৰশাসনিক ভৱনৰ মাটি খান্দি থকা অৱস্থাত উদ্ধাৰ হয় এটা পৌৰাণিক মূৰ্তি ৷ প্ৰত্নতত্ব বিভাগৰ মতে, উদ্ধাৰ হোৱা মূৰ্তিটো 11-12 শতিকাৰ সূৰ্য মূৰ্তি ৷

আপুৰুগীয়া পৌৰাণিক মূৰ্তি
কটন বিশ্ববিদ্যালয়
author img

By

Published : Jan 23, 2020, 6:00 PM IST

গুৱাহাটী, 23 জানুৱাৰীঃ বুধবাৰে কটন বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ হয় এটা পৌৰাণিক মূৰ্তি ৷ কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মূৰ্তিটো সন্দৰ্ভত এই পৰ্যন্ত সদৰী কৰা নাই কোনো তথ্য ৷ প্ৰত্নতত্ব বিভাগে অনানুষ্ঠানিকভাৱে জনোৱা মতে, মূৰ্তিটো 11-12 শতিকাৰ সূৰ্য মূৰ্তি ৷ কটন বিশ্ববিদ্যালয়ৰ নিৰ্মীয়মান প্ৰশাসনিক ভৱনৰ মাটি খান্দি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এই মূৰ্তিটো ৷ সম্প্ৰতি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ত ৰখা হৈছে উদ্ধাৰ হোৱা আপুৰুগীয়া মূৰ্তিটো ৷

কটন বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ পৌৰাণিক মূৰ্তি

লগতে পঢ়ক: অৱনমিত ভূমিয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ প্ৰতি কঢ়িয়াইছে সংকট

Intro:কটন বিশ্ববিদ্যালয় চৌহদত পৌৰাণিক মূৰ্তি উদ্ধাৰ।
বৰ্তমান উপাচাৰ্য কাৰ্যালয়ত ৰখা হৈছে মূৰ্তিটো। কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই মূৰ্তিটোৰ সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই।
জানিব পৰা অনুসৰি মূৰ্তিটো মূল্যবান হোৱাৰ লগতে বৰ্তমানলৈ তেনে মূৰ্তি উদ্ধাৰৰ দৰে ঘটনা বিৰল। Body:প্ৰত্নতত্ব বিভাগে অনানুষ্ঠানিকভাৱে জনোৱা মতে মূৰ্তিটো ১১-১২ শতিকাৰ সূৰ্য মূৰ্তি।
কটন বিশ্ববিদ্যালয়ৰ নিৰ্মীয়মান প্ৰশাসনিক ভৱনৰ মাটি খান্দোতে উদ্ধাৰ হৈছিল মূৰ্তিটো।

Conclusion:প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে ৭০-৮০ কেজি ওজনৰ হব মূৰ্তিটো।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.