ETV Bharat / state

শান্তি আৰু সমন্বয়ৰ লক্ষ্যৰে এইবাৰ "সন্মিলিত লাচিত সেনা আসাম" - গুৱাহাটী

সোমবাৰে ৰাজ্যত জন্ম হ'ল এটি নতুন অৰাজনৈতিক সংগঠনৰ ৷

ৰাজ্যত জন্ম পালে সন্মিলিত লাচিত সেনা আসামে
author img

By

Published : Apr 1, 2019, 10:07 PM IST

গুৱাহাটী, 1 এপ্ৰিল: "সন্মিলিত লাচিত সেনা আসাম"নামৰ এই নতুন সংগঠনটো শান্তি,সমন্বয় আৰু জাতীয় সুৰক্ষাৰ লক্ষ্যৰে কাম কৰি যোৱাৰ অংগীকাৰ লৈ গঠন কৰা হয় সংগঠনটো ৷ সোনমনি দত্তক সভাপতি আৰু শান্তনু হাজৰিকাক সম্পাদক প্ৰধান হিচাপে লৈ ৫১ জনীয়া এখন পুৰ্নাংগ কমিটি গঠন কৰা হয় সংগঠনটোৰ ৷ আগন্তুক দিনত সংগঠনটোৱে সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি শোষন,দুৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া হ'ব বুলিও মন্তব্য কৰে সংগঠনটোৰ কৰ্মৰ্কতাই ৷ গুৱাহাটী প্ৰেছক্লাৱত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰা লাচিত সেনা সংগঠনটোৱে অনাগত দিনত কি দৰে ৰাইজৰ সমস্যাক সমাধান কৰাৰ চেষ্টা কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষনীয় হ'ব ৷

সোমবাৰে ৰাজ্যত জন্ম পালে এটি অৰাজনৈতক সংগঠন ৷ "সন্মিলিত লাচিত সেনা আসাম"নামৰ এই নতুন সংগঠনটোৱে শান্তি,সমন্বয় আৰু জাতীয় সুৰক্ষাৰ লক্ষ্যৰে কাম কৰি যোৱাৰ অংগীকাৰ লৈ গঠন হ'ল সংগঠনটো ৷ সোনমনি দত্তক সভাপতি আৰু শান্তনু হাজৰিকাক সম্পাদক প্ৰধান হিচাপে লৈ ৫১ জনীয়া এখন পুৰ্নাংগ কমিটি গঠন কৰে ৷ সংগঠনটোৱে আগন্তুক দিনত সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি শোষন,দূৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে যুঁজিম বুলি মন্তব্য কৰে ৷ গুৱাহাটী প্ৰেছক্লাৱত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰা সংগঠনটোৱে অনাগত দিনত কি দৰে ৰাইজৰ সমস্যাক সমাধান কৰাৰ চেষ্টা কৰে সেয়া লক্ষনীয় হ'ব ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.