ETV Bharat / state

শীঘ্ৰেই আত্মপ্ৰকাশ ঘটিব কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল !

author img

By

Published : Sep 28, 2020, 9:31 PM IST

Updated : Sep 28, 2020, 9:53 PM IST

ইটিভিৰ ভাৰতৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত পোণ প্ৰথমবাৰৰ বাবে দলটোৰ লক্ষ্য আৰু পৰিকল্পনাৰ কথা জনালে কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰে ৷

A new political party will form by KMSS: DHAIJYA KONWAR
শীঘ্ৰেই আত্মপ্ৰকাশ ঘটিব কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল!

গুৱাহাটী, 28 ছেপ্তেম্বৰ: শীঘ্ৰেই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70 সংগঠনৰ উদ্যোগত ভূমিষ্ঠ হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল । তীব্ৰ গতিত চলি আছে প্ৰাৰম্ভিক কাম-কাজসমূহ । বিজেপি তথা ৰাষ্ট্ৰীয় দলসমূহক ওফৰাই আঞ্চলিক শক্তি প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য হ'ব দলটোৰ ।

ৰাইজৰ আহ্বান মৰ্মে এই দল গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে । ইটিভিৰ ভাৰতৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত পোণ প্ৰথমবাৰৰ বাবে দলটোৰ লক্ষ্য আৰু পৰিকল্পনাৰ কথা জনালে কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰে ৷

উল্লেখ্য যে, এক দল, এক পতাকাৰ পৰিকল্পনা অসম্ভৱ হোৱাৰ পিছতে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপটৰ বহুকেইটা প্ৰশ্নৰ উত্তৰ দিলে কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰে ।

লগতে কৃষক নেতা অখিল গগৈৰ আইনী প্ৰক্ৰিয়া কিদৰে চলিছে তাৰ বিষয়েও জনাই নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

Last Updated : Sep 28, 2020, 9:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.