ETV Bharat / state

ফেনীৰ প্ৰভাৱঃ প্ৰশাসনৰ জৰুৰী বৈঠক - etv bharat assam

দেশৰ কেইবাখনো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ফেনীকলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহো সষ্টম হৈ পৰিছে ৷ সম্ভাব্য দুৰ্যোগ ৰোধ তথা জনসাধাৰণক সজাগ কৰিবলৈ সাজু হৈছে বিভাগীয় কৰ্তৃপক্ষ ৷

ফেনীৰ প্ৰভাৱঃ প্ৰশাসনৰ জৰুৰী বৈঠক
author img

By

Published : May 4, 2019, 1:34 PM IST

গুৱাহাটী, 4 মে' : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগত অনুষ্ঠিত হৈছে জৰুৰী বৈঠক। বৈঠকত অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ বিষয়াসকল উপস্থিত আছে ৷ উল্লেখযোগ্য যে অসমতো ফেনীৰ কিছু প্ৰভাৱ পৰিব বুলি আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে ৷ সেয়ে সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অনুষ্ঠিত কৰা হৈছে এই বৈঠকৰ ৷

ব্ৰৰ্কিং:

ফণীৰ জৰুৰীকালীন ব্যৱস্থাৰ বাবে  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগত জৰুৰী বৈঠক। বৈঠকত অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ বিষয়া সকল উপস্থিত আছেঅ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.