ETV Bharat / state

কৰ'ণাত আক্ৰান্ত মহানগৰীৰ মালিগাঁৱৰ এগৰাকী দন্ত চিকিৎসক

গুৱাহাটী মহানগৰীৰ এগৰাকী দন্ত চিকিৎসকৰ দেহত ধৰা পৰে COVID-19ৰ অৱস্থিতি ৷ চিকিৎসক গৰাকীয়ে তেওঁৰ লাচিত নগৰস্থিত চেম্বাৰত চিকিৎসা প্ৰদান কৰিছিল বহু ৰোগীক ৷

কৰ'ণাত আক্ৰান্ত মহানগৰীৰ মালিগাঁৱৰ এগৰাকী দন্ত চিকিৎসক
কৰ'ণাত আক্ৰান্ত মহানগৰীৰ মালিগাঁৱৰ এগৰাকী দন্ত চিকিৎসক
author img

By

Published : Jun 19, 2020, 7:41 PM IST

গুৱাহাটী, 19 জুনঃ শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ কামাখ্যা দুৰ্গাসৰোবৰৰ এগৰাকী দন্ত চিকিৎসকৰ দেহত ধৰা পৰে COVID-19 ৰ অৱস্থিতি ৷ অনুপম ডেকা নামৰ চিকিৎসক গৰাকীয়ে তেওঁৰ লাচিত নগৰস্থিত চেম্বাৰত চিকিৎসা প্ৰদান কৰিছিল বহু ৰোগীক ৷ সম্প্ৰতি চিকিৎসক গৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷

কৰ'ণাত আক্ৰান্ত মহানগৰীৰ মালিগাঁৱৰ এগৰাকী দন্ত চিকিৎসক

উল্লেখ্য যে,ইতিমধ্যে জিলা প্ৰশাসনে চিকিৎসক গৰাকীৰ সংস্পৰ্শত অহা লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে ৷ আনহাতে শুকুৰবাৰৰ দিনটোতেই পাণ্ডুৰ জয়মতী নগৰত 5 গৰাকী আৰু গোশালাত 5 গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৷

লগতে পঢ়কঃ কৰ'ণা গণ সংক্ৰমণঃ ব্যক্তিগত নাৰ্ছিংহোমত থকা ৰোগীৰ দেহত COVID 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.