ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 1, 2020, 9:02 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 AM TOP TEN NEWS
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

১ জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়

অৰুণোদয়ৰ আঁচনিৰ অধীনত ৰাজ্যৰ ২৯ খন জিলাৰ ১৮.২০ লাখ হিতাধিকাৰীৰ বেংক একাউন্টত প্ৰতি মাহে ৮৩০ টকাকৈ জমা হ‘ব । আঁচনিখনৰ বাবে প্ৰতি মাহে চৰকাৰৰ ব্যয় হ’ব ১৮০ কোটি টকা ।

আছুতেই থাকিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছুতে থকাৰ সিন্ধান্ত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দুলীয়াজান অধিৱেশনত ছাত্ৰ সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল ড৹ ভট্টাচাৰ্যই ৷ আছুৰ কৰ্মকৰ্তাসকলৰ অনুৰোধৰ বাবে পুনৰ মুখ্য উপদেষ্টা পদতে থাকিব মুখ্য উপদেষ্টা গৰাকীয়ে ৷
আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিম ৷ এই মন্তব্য লুৰিণজ্যোতি গগৈৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য প্ৰাক্তন আছু নেতাগৰাকীৰ ৷

বৰপেটাৰ জনীয়াত জব্দ ৭০ বেগ চাউল

বৰপটাৰ জনীয়াত সোমবাৰে জব্দ হয় 70 বেগ চাউল ৷ জনীয়াৰ পৰা কলগাছিয়ালৈ নি থকা অৱস্থাত স্থানীয় লোকে জব্দ কৰি চাউলৰ বাহনসহ আৰক্ষীক চমজাই দিয়ে ৷

সমাজকল্যাণ বিভাগৰ 300 কোটি টকীয়া কেলেংকাৰীৰ তথ্য বিচাৰি অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল

পিছপৰা জাতিৰ উন্নয়নৰ অজুহাতত 2018-19 আৰু 2018-20 বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটি টকা লুন্ঠন কৰাৰ অভিযোগ ৷ এই অভিযোগ প্ৰদান কৰিলে অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে ৷

সদ্যপ্ৰয়াত তৰুণ গগৈলৈ মৰণোত্তৰভাৱে ভীমবৰ দেউৰী বঁটা

মৰণোত্তৰভাৱে সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক প্ৰদান কৰা হয় ভীমবৰ দেউৰী বঁটা ২০২০। পৰিয়ালৰ হৈ এই বঁটা গ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছেঃনৃপেন মালাকাৰ

শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সমাজ কল্যাণ বিভাগৰ ৮৬৩ পদত প্ৰতিবন্ধীসকলক নিযুক্তি দিয়াৰ বাবে ২০১৮ বৰ্ষৰ ৯ অক্টোবৰ তাৰিখে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি তৃতীয় বৰ্গৰ ৩৫২ টা পদৰ নিযুক্তি বিভিন্ন খেলিমেলিৰ মাজত সম্পন্ন হয় যদিও চতুৰ্থ বৰ্গৰ ৫১১ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আজি পৰ্যন্ত সম্ভৱ নহ’ল ৷

কলগাছিয়াত যৌতুক বিচাৰি পত্নীৰ ওপৰত অত্যাচাৰ স্বামীৰ

কলগাছিয়াত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ যৌতুক বিচাৰি আঘাতপ্ৰাপ্ত কৰিলে স্বামীয়ে ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷

যোৰহাটত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় জুইৰ ৷ অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই ৷

Free Fire খেলঃ মাতৃয়ে ম'বাইল কাঢ়ি নিয়াৰ বাবে আত্মহত্যা কিশোৰৰ

ৰূপহীহাটৰ জুৰীয়াৰ আধাখুন্দা গাৱঁত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা । Free Fire খেল খেলিবলৈ নিদিয়াৰ বাবেই আত্মহত্যাৰ পথ বাছি ল'লে এটি 12 বছৰীয়া কিশোৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.