ETV Bharat / state

একেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত - himanata biswa sharma's tweet

একেদিনাই অসমত পোৱা গ'ল 8 গৰাকীকৈ COVID-19 আক্ৰান্ত ৰোগী ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য ৷ আক্ৰান্তসকলৰ চাৰিগৰাকী শিলচৰৰ আৰু চাৰিগৰাকী গুৱাহাটীৰ ৷

8 person tested covid 19 positive on one day in Assam

author img

By

Published : May 8, 2020, 9:04 AM IST

Updated : May 8, 2020, 9:57 AM IST

নিউজ ডেস্ক, 8 মে' : একেদিনাই অসমত চিনাক্ত 8 গৰাকীকৈ COVID-19 আক্ৰান্ত ৰোগী ৷ শিলচৰত চাৰিগৰাকী আৰু গুৱাহাটীত চাৰিগৰাকীকৈ আক্ৰান্ত হৈছে COVID-19ত ৷ কাছাৰৰ COVID-19ত আক্ৰান্ত ব্যক্তিৰ সৈতে একেখন বাহনতে ৰাজস্থানৰ পৰা আহিছিল শিলচৰত চিনাক্ত হোৱা চাৰিগৰাকী ৷

8 person tested covid 19 positive on one day in Assam
একেদিনাই অসমত 8 গৰাকী COVID-19ত আক্ৰান্ত চিনাক্ত

আনহাতে, গুৱাহাটী মহানগৰীত চিনাক্ত হোৱা কেইগৰাকীৰ এগৰাকী অসমৰ বাহিৰৰ পৰা অহা আৰু বাকী 3 গৰাকী মহানগৰীৰে বাসিন্দা ৷ তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীৰ আক্ৰান্ত চাৰিগৰাকীৰ এগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে বাকী তিনিগৰাকীৰ এগৰাকী চিকিৎসক, এগৰাকী চাফাইকৰ্মী আৰু এগৰাকী বহিঃ ৰাজ‍্যৰ পৰা আহি হোম কোৱাৰেন্টাইনত থকা ব‍্যক্তি আছিল । চিনাক্ত হোৱা চিকিৎসকগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তোৰ শ্ৰেণীৰ ছাত্ৰ ৷

  • Alert ~ 4 persons in Guwahati test #COVID19 + One of them have come from outside Assam, and is in hone quarantine,while 3 are from Guwahati.

    ↗️#COVID19 patients in Assam now stands at 53.

    ↗️Active cases 18
    ↗️Discharged 34
    ↗️Death 1

    Update at 10.10 pm / May 7#AssamCovidCount

    — Himanta Biswa Sarma (@himantabiswa) May 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমানলৈকে অসমত মুঠ COVID-19 আক্ৰান্তৰ সংখ্যা হৈছে 53 গৰাকী ৷ ইয়াৰে 18 গৰাকী চিকিৎসাধীন আৰু 34 গৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷ আনহাতে বৰ্তমানলৈকে মৃত্যু হৈছে এজনৰ ৷

  • Alert ~ 4 persons, who took the same bus from Rajasthan in which the Cachar dist #COVID19 + person travelled, have tested positive too.

    ↗️Total #COVID19 patients in Assam now stands at 49.

    ↗️Active cases 14
    ↗️Discharged 34
    ↗️Death 1

    Update at 9.30 pm / May 7#AssamCovidCount

লগতে পঢ়ক : ক'ত হেৰাল কুমুদঃ অস্বস্তিত বঙাইগাঁৱৰ স্বাস্থ্য বিভাগ

Last Updated : May 8, 2020, 9:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.