ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 14, 2020, 5:00 PM IST

বাঁহৰ দলং ভাঙি পিচলা নৈত দম্পতী

লখিমপুৰত দুৰ্ঘটনা ৷ বাঁহৰ দলং ভাঙি পিচলা নৈত পৰিল দম্পতী ৷ লখিমপুৰৰ পৰা নাৰায়নপুৰলৈ মিতিৰ খাবলৈ আহিছিল দম্পতীহাল ৷

দোষী সাব্যস্ত হ'ল প্ৰশান্ত ভূষণ,20 আগষ্টত শাস্তি সন্দৰ্ভত শুনানি

শুনানীত প্ৰশান্ত ভূষণে তেখেতৰ টুইটৰ পক্ষত কয় যে,টুইট কেইটা অপ্ৰিয় হলেও ন্যায় ব্যৱস্থাক অৱমাননা কৰা হোৱা নাই ৷

হিমন্ত বিশ্ব শৰ্মাক আছুৰ বহিষ্কৃত নেতা আখ্যা নগাঁও আছু নেতৃত্বৰ

৩৫ বছৰে অসম চুক্তিৰ সফল ৰূপায়ণ নোহোৱাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়াই। বৰ্তমানৰ চৰকাৰখনে কেৱল হিন্দু মুছলমানৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰে।

তেতেলীয়াত বিদুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু

মহানগৰীৰ তেতেলীয়াত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ মাছ ধৰিবলৈ গৈ বিদুৎ পৃষ্ট হৈ অকাল মৃত্যুক সাৱতিলে পৱিত্ৰ দাস নামৰ এগৰাকী ব্যক্তিয়ে ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্লাজমা দান শিবিৰৰ আয়োজন

ক’ভিড যুদ্ধত জয়ী হৈ অহা লোকে স্ব-ইচ্ছাৰে প্লাজমা দান কৰিব বুলি আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকলে ৷ কাৰণ প্লাজমা দান হৈছে ৰক্ত দানৰ দৰেই এক মহান দান ৷

স্বাধীনতা দিৱস উপলক্ষে চিৰাঙত কটকটীয়া নিৰাপত্তা বেষ্টনী

আগন্তুক 74 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলাত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা । জিলাখনৰ সৰ্বত্ৰে পৰিলক্ষিত হৈছে আৰক্ষীৰ চোকা দৃষ্টি ৷ ঠাইয়ে ঠাইয়ে তালাচী অভিযান ৷

কৰিমগঞ্জত জংঘলত লতাৰে ওলোমাই থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা এলেকাত মৃতদেহ উদ্ধাৰ ৷ জংঘলত চিপ লৈ থকা অবস্থাত উদ্ধাৰ মৃতহেদটো ৷ উদ্ধাৰ হোৱা যুৱকজনৰ মৃতদেহটো মণিময় দাসৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

চিৰাঙত বন বিভাগৰ অভিযানত জব্দ 4 খনকৈ কাঠভৰ্তি বাহন

চিৰাঙত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ চোৰাং কাঠসহ 4 খন বাহন । বন বিভাগৰে অভিযুক্ত কাঠ সৰবৰাহকাৰীৰ হতাহতি ৷ শূন্যলৈ গুলিচালনা বন বিভাগৰ। অভিযানত গ্ৰেপ্তাৰ এজন অভিযুক্ত ৷

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

আৰক্ষীয়ে জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে, AK ৰাইফল ৭টা,M-20 দুটা, 9MM পিস্তল আৰু বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতাৰণা দিৱস

অসম চুক্তিৰ ৰূপায়ণ বিভাগে আজি পৰ্যন্ত কোনো কাম নকৰাৰ ফলতেই আজি অসমৰ ৰাইজে দুৰ্ভাগ্যজনক ভাৱে সময় পাৰ কৰিবলগীয়া হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.