ETV Bharat / state

JEE জালিয়াতি : 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৫ অভিযুক্তক - JEE পৰীক্ষা কেলেংকাৰী

৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে JEE পৰীক্ষা কেলেংকাৰীত অভিযুক্ত 5 গৰাকী লোকক ৷ ঘটনাৰ অধিক তদন্তৰ বাবে আদালতে আটাইকেইজনকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ ৫ অভিযুক্তক

author img

By

Published : Oct 29, 2020, 8:47 PM IST

গুৱাহাটী, 29 অক্টোবৰ: ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ JEE পৰীক্ষা কেলেংকাৰীৰ ৫ অভিযুক্তক । বৃহস্পতিবাৰে কেলেংকাৰীত অভিযুক্ত ডাঃ জ্যোতিৰ্ময় দাস, নীল নক্ষত্র দাস, ION ডিজিটেল জ'নৰ কৰ্মচাৰী হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু পৰীক্ষা নিৰীক্ষক হিৰু কমল পাঠকক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ।

5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ JEE কেলেংকাৰীৰ ৫ অভিযুক্তক

আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক ৭ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও ৫ দিনৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে । ইফালে CJM আদালতত ৫ অভিযুক্তই দাখিল কৰিছিল জামিন আবেদন । সেই জামিন আবেদন নাকচ কৰে আদালতে । ঘটনাৰ অধিক তদন্তৰ বাবে আদালতে আটাইকেইজনকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: JEE পৰীক্ষা কেলেংকাৰীৰ 5 অভিযুক্তক আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.