ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jul 25, 2020, 3:40 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

3PM TOP TEN NEWS
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 29,921 লৈ বৃদ্ধি

শুকুৰবাৰৰ দিনটোত 1,130 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ ধৰা পৰে ইয়াকে লৈ ৰাজ্যত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা 29,921 গৰাকীলৈ বৃদ্ধি পালে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জীতেন গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক

কাজিৰঙাৰ বোকাখাটৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী আৰু অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি,সম্পাদকক সৈতে মহন্ত মিলিত হয় এক ৰুদ্ধদ্বাৰ বৈঠকত ।

নাৱেৰে বন্যাৰ্তৰ কাষত উপস্থিত সদৌ অসম ছাত্ৰ সন্থা

ধেমাজি বিধান সভাৰ সমষ্টিৰ অন্তৰ্গত বাটঘৰীয়া পঞ্চায়তৰ অধীনৰ সৰু ঢেকেৰা আৰু বৰ ঢেকেৰা গাঁৱৰ এশৰো অধিক পৰিয়ালৰ মাজত সাহাৰ্য বিতৰণ কৰে ধেমাজি জিলা আছুৱে ।

দুৰ্নীতিৰ অভিযোগঃ গোলাঘাটত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ

চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্ক'লাৰশ্বিপৰ নামত অহা ধন প্ৰদানত দুৰ্নীতি হোৱাৰ অভিযোগেৰে গোলাঘাট জিলা চাহ জনজাতি ছাত্র সন্থাই শনিবাৰে সাব্যস্ত কৰিলে এক প্ৰতিবাদ ।

মাত্ৰ দুশ টকা: ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙ ছাৰৰ ফিক্স ৰেট

সহজ ভাষাত টেবুলৰ তলেৰে ডাক্তৰ ছাৰৰ পকেটলৈ আহে চাহ-পানীৰ খৰচ ৷ চৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যোৱা দৰিদ্ৰ ৰোগীৰ পৰা ছাৰে সৰকাই এশ-দুশ ৷ কলাইগাঁৱৰ আদৰ্শ চিকিৎসালয়ত কৰ্মৰত ডাঃ চন্দ্ৰ প্ৰসাদ পায়েঙৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ দীৰ্ঘদিনীয়া ৷

COVID-19 যোদ্ধালৈ স্বৰ্ণ পদক উচৰ্গা কৰিলে হিমা দাসে

এছিয়ান গেমছ 2018 ৰ স্বৰ্ণ পদক COVID-19 যোদ্ধালৈ উচৰ্গা কৰিলে হিমা দাসে ৷ ভাৰতৰ মহম্মদ অনছ, এম. আৰ. পুবাম্মা, হিমা দাস আৰু আৰোকিয়া ৰাজীৱে দখল কৰা ৰূপৰ পদক স্বৰ্ণলৈ উন্নীত কৰা হয় ৷

দহদিনত সম্পূৰ্ণ হ'ব যোৰহাটৰ অস্থায়ী ক'ভিড হাস্পতাল

যোৰহাটত দ্ৰুত গতিত নিৰ্মাণ কাৰ্য চলি আছে অস্থায়ী ক’ভিড চিকিৎসালয় । আগন্তুক দহ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব এই চিকিৎসালয় ৷

এটা মন্দিৰৰ কাষত বাগৰি বাগৰি কান্দিছে একাংশ ৰাইজে

বান আৰু ক'ৰণা ত্ৰাসৰ মাজতে কান্দোনৰ ৰোল উঠিছে মৰিগাঁৱত । গাঁও এৰা সকলো পুৰুষ মহিলা আহি এটা নামঘৰৰ ওচৰত সেৱা লৈ বিদায় জনাইছে । সকলোৱে কেৱল কান্দিছে ।

ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ বাবে বিজেপিক জগৰীয়া ৰাহুল গান্ধীৰ

ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ বাবে ভাৰতীয় জনতা দলক জগৰীয়া কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে কয় যে, বিজেপিয়ে ৰাজস্থান চৰকাৰক নিজৰ অধীন কৰিব বিচাৰিছে ৷

উত্তৰ প্ৰদেশত ৬ বছৰীয়া শিশু অপহৰণ,গ্ৰেপ্তাৰ ৪

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডাত ঘৰৰ চৌহদৰ পৰা অপহৰণ কৰে এটা ৬ বছৰীয়া শিশুক । অপহৰণকাৰীয়ে শিশুটোৰ পৰিয়ালৰ পৰা ৪ কোটি টকা বিচাৰে যদিও আৰক্ষীয়ে ১২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অপহৰণকাৰীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.