ETV Bharat / state

30 অক্টোবৰ, ইতিহাসৰ এটা কলংকিত দিন - কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত

মহানগৰীৰ গণেশগুৰি আৰু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ ভিতৰত গণেশগুৰিত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল ৷ 53 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকৰ জীৱন ঘূণীয়া হৈছিল চিৰদিনৰ বাবে।

30 অক্টোবৰ, ইতিহাসৰ এটা কলংকিত দিন
author img

By

Published : Oct 30, 2019, 2:10 PM IST

Updated : Oct 30, 2019, 3:09 PM IST

গুৱাহাটী, 30 অক্টোবৰঃ ইতিহাসৰ এটা কলংকিত দিন। 30 অক্টোবৰ,মহানগৰীত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ আজি 11 টা বছৰ অতিক্ৰম কৰিলে ৷ এই দিনটোতে অসমৰ বহু স্থানত উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল ধাৰাবাহিক বোমা বিস্ফোৰণ। সমগ্ৰ অসমত 30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত মৃত্যু হৈছিল 81 জন নিৰীহ লোকৰ।

30TH OCTOBER GWAHATI SERIAL BOMB BLAST ASSAM, 11 YEAR COMPLETED
গণেশগুৰি বোমা বিস্ফোৰণত নিহত সকলৰ এখন তালিকা
মহানগৰীৰ গণেশগুৰি আৰু কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হৈছিল ইয়াৰ ভিতৰত গণেশগুৰিত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল ৷ 53 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকৰ জীৱন ঘূণীয়া হৈছিল চিৰদিনৰ বাবে। 30 অক্টোবৰৰ আজি দিনটোত নিজৰ আত্মীয়ক হেৰুৱা পৰিয়ালৰ একাংশ লোকে হিয়া ধাকুৰি কান্দিলে গণেশগুৰিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷
30 অক্টোবৰ, ইতিহাসৰ এটা কলংকিত দিন

আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,কুইন ওজা,অতুল বৰা আৰু লগতে বহু বিশিষ্ট ব্যক্তিয়ে। এই অনুষ্ঠানত মৃত ব্যক্তিসকলক সুঁৱৰি সমূহীয়া প্রার্থনা কৰা হয়। হিন্দু,মুছলিম শিখ,বৌদ্ধিষ্ট সকলোৱে মিলি মৃতকৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৃতকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে সন্ত্ৰাসবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ উদ্দেশ্যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি সকলোৱে একেলগ হ'ব লাগিব।

লগতে চাওকঃ শক্তি বিভাগৰ আজৱ কাণ্ড, দিলে লক্ষাধিক টকাৰ বিল

Intro: কলংকিত ইতিহাসৰ এটি কলংকিত দিন। 30 অক্টোবৰ,মহানগৰীত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণৰ সাক্ষীৰ দিন। এই দিনটোতে অসমৰ বহু স্থানত উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল বিস্ফোৰণ। সমগ্ৰ অসমত 30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত মৃত্যু হৈছিল 81 জন নিৰীহ লোকৰ।

Body: মহানগৰীৰ বহু স্থানত ধাৰাবাহিক বিস্ফোৰণ হৈছিল যদি গণেশ গুৰিৰ ব্ৰিজত সবাতোকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। গণেশ গুৰিৰ স্থানত 53 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকৰ জীৱন ঘূনীয়া হৈছিল। 30 অক্টোবৰৰ আজি দিনটোত নিজৰ আত্মীয়ক হেৰুৱা পৰিয়ালে যেন হিয়া ধাকুৰি কান্দিছে। হঠাৎ পৰিয়ালৰ কোনো এজন সদস্যক হেৰুৱাৰ দুখ কোনে বুজে তেওঁলোকৰ। কোনোৱে যদি স্বামীক হেৰুৱাইছে কোনোৱে নিজৰ পত্নী, ভাই , ভনী মা দেউতা অথবা কোনোৱে হেৰুৱাই ছে নিজৰ সন্তানক। আজি পৰিয়ালৰ এই সকল লোকৰ হৃদয় নিথৰুৱা। নিজৰ আত্মীয়ৰ অনুপস্থিত য়ে আকুল কৰিছে তেওঁলোকৰ হৃদয়। সচাই কি নিষ্ঠুৰ আছিল সন্ত্ৰাসবাদবাদীৰ কাণ্ড। গণেশগুৰিৰ 30 অক্টোবৰৰ ঘটনাৰ সেই স্থানত আজি আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য,কুইন ওজা, অতুল বৰা আৰু লগতে বহু বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত মৃত ব্যক্তি সকলক সুঁৱৰি সমূহীয়া প্রার্থনা কৰা হয়। হিন্দু, মুছলিম শিখ , বৌদ্ধিছ সকলোৱে মিলি মৃতকৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা কৰে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৃতক সকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে সন্ত্ৰাসবাদ মুক্ত অসম নিৰ্মান কৰাৰ উদ্দেশ্যে সন্ত্ৰাসবাদ ৰ বিৰুদ্ধে আমি সকলোৱে একেলগ হব লাগিব।
bite:- সৰ্বানন্দ সোণোৱাল।

Conclusion:11 বছৰ সম্পূৰ্ণ হল সেই কলংকিত দিনটোৰ কিন্তু বৰ্তমানলৈ ন্যায় নাপালে নিৰীহ মৃতক সকলৰ লগতে পৰিয়ালে। কেতিয়া ন্যায় পাব পৰিয়ালে, কেতিয়া ন্যায় পাব মৃতকে। এনেকৈয়ে প্ৰতি বছৰে 30 অক্টোবৰ দিনটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠাৰে সুঁৱৰা হব নে , নে নিৰীহ মৃতক সকলে ন্যায় পাব সেয়া এতিয়া ডাঙৰ প্ৰশ্ন।
Last Updated : Oct 30, 2019, 3:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.