ETV Bharat / state

জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ - জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহনন

মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৫৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে জালুকবাৰী আৰক্ষী চকীত।

ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ
ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ
author img

By

Published : Jan 13, 2020, 10:20 PM IST

গুৱাহাটী 13 জানুৱাৰী: গুৱাহাটীৰ জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক আত্মহননৰ পিছতে উদঘাটন হৈছে ন ন তথ্য। শনিবাৰে নিশা বন্ধু আৰু প্ৰেমিকৰ সৈতে নৈশ পাৰ্টি কৰিছিল যুৱতীগৰাকীয়ে । মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৫৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে জালুকবাৰী আৰক্ষী চকীত । আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক দীপাংকৰ দাস, প্ৰেমিকৰ ভাতৃ মুন দাস আৰু বন্ধু ছফিকুল খানক । তিনিওকে সোধা পোছা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । দেওবাৰে ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ।

জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ আত্মহনন সন্দৰ্ভত তিনিজনক গ্ৰেপ্তাৰ

লগতে পঢ়ক: অসমৰ হৈ ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই

Intro:গুৱাহাটীৰ জালুকবাৰীত ফেশ্বন ডিজাইনাৰৰ ৰহস্যজনক আত্মহনন। আত্মহননৰ পিছতে উদ্ঘাটন হৈছে ন ন তথ্য। শণিবাৰে নিশা বন্ধু আৰু প্ৰেমিকৰ সৈতে নাইট পাৰ্টি কৰিছিল মৌচুমী শইকীয়া চহৰীয়াই। দেওবাৰে ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল চিপ লৈ থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৫৭/২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে জালুকবাৰী আৰক্ষী চকীত। আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক দীপাংকৰ দাস, প্ৰেমিকৰ ভাতৃ মুন দাস আৰু বন্ধু ছফিকুল খানক। তিনিওকে সোধা পোছা কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.