ETV Bharat / state

মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰত 2021 লিঅ’ এক্সপ' - dewan-trade-center

5 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ মহানগৰীৰ মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হ'ব 2021 লিঅ এক্সপ' ৷

মনিৰাম দেৱান ট্ৰেড চেন্টাৰত 2021 লিঅ এক্সপ'

author img

By

Published : Jan 25, 2021, 8:45 PM IST

গুৱাহাটী,25 জানুৱাৰী : অহা 5 ফেব্ৰুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈ মহানগৰীৰ মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰত অনুষ্ঠিত হ'ব 2021 লিঅ’ এক্সপ' ৷ সোমবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা অৱগত কৰে উদ্যোক্তা সকলে ৷ এই এক্সপ'ৰ প্ৰৱেশ দ্বাৰ ৰাতিপুৱা 11.00 বজাৰ পৰা নিশা 9.00 বজালৈ খোলা থাকিব ।

মনিৰাম দেৱান ট্ৰেড চেন্টাৰত 2021 লিঅ এক্সপ'
মনিৰাম দেৱান ট্ৰেড চেন্টাৰত 2021 লিঅ এক্সপ'

সম্পূৰ্ণ ক’ভিড প্ৰট'কল মানি এই এক্সপ' অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই ৷ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো দুগৰাকী শিল্পী আৰু দুগৰাকী সাংবাদিকক প্ৰদান কৰা হ'ব শিল্পী আৰু সাংবাদিকতা বঁটা । লগতে কেইবাটাও শিতানত অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা ।

এই লিঅ এক্সপ'ত অংশ গ্ৰহণ কৰিব ভাৰতৰ ভিন্ন ঠাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাংলাদেশ আৰু আফগানিস্তানৰ প্ৰতিষ্ঠানেও ৷ আজিৰ এই সংবাদমেল সম্বোধন কৰে অভিনেত্ৰী নিশিতা গোস্বামী, সাংবাদিক প্ৰণয় বৰদলৈ আৰু কণ্ঠশিল্পী মনিষা হাজৰিকাই ৷

লগতে পঢ়ক: বিগত ১৭ বছৰে বিটিচিত অবাধ দুৰ্নীতি সংঘটিত হৈছে : ৰঞ্জিত বসুমতাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.