ETV Bharat / state

শ্যাম সুন্দৰ শৰ্মা হত্যা সন্দৰ্ভত যুৱক আটক

author img

By

Published : Sep 13, 2019, 7:29 PM IST

গুলীচালনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৷ সন্দেহৰ ভিত্তিত যুৱকক আটক কৰিছে মহানগৰ আৰক্ষীয়ে ৷ হস্তনিৰ্মিত পিষ্টলৰে গুলিয়াই হত্যা কৰিছিল ৰাজস্থানৰ শ্যাম শৰ্মাক

শ্যাম সুন্দৰ শৰ্মা হত্যা সন্দৰ্ভত যুৱক আটক

গুৱাহাটী,13 চেপ্তেম্বৰ : নিশাৰ মহানগৰীত গুলীচালনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া । 14-15 জন যুৱকক সন্দেহৰ ভিত্তিত আটক কৰিছে মহানগৰ আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত প্ৰায় 3 ঘন্টা আৰক্ষীৰ বৈঠক চলে ভৰলুমুখ আৰক্ষী থানাত। ইফালে আটকাধীন যুৱকসকলক সোধা পোছা কৰি এৰি দিয়ে আৰক্ষীয়ে । চুপাৰি কিলাৰ হয় নে নহয় সেইয়াও তদন্ত কৰি আছে আৰক্ষীয়ে। আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱা মতে হস্তনিৰ্মিত পিষ্টলৰে গুলিয়াই হত্যা কৰিছিল ৰাজস্থানৰ শ্যাম শৰ্মাক। মহানগৰীৰ কুমাৰপাৰাৰ 'শ্যাম ষ্টীল'ৰ স্বত্বাধিকাৰী আছিল শ্যাম সুন্দৰ শৰ্মা ৷

Intro:নিশাৰ মহানগৰীৰ গুলীচালনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱা মতে হস্তনির্মিত পিষ্টলৰে গুলিয়াই হত্যা কৰিছিল ৰাজস্থানৰ শ্যাম শৰ্মাক। মহানগৰীৰ কুমাৰপাৰাৰ 'শ্যাম ষ্টিল'ৰ স্বত্বাধিকাৰী শ্যাম সুন্দৰ শৰ্মা বুলি কৰ্মচাৰী শ্যাম শৰ্মাক গুলিয়াই হত্যা কৰিছিল দুৰ্বৃত্তই। ইতিমধ্যেই মহানগৰ আৰক্ষীয়ে ১৪-১৫ জন যুৱকক সন্দেহৰ ভিত্তিত আটক কৰিছে। চুপাৰি কিলাৰ হয় নে নহয় তদন্ত কৰি আছে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত প্ৰায় ৩ ঘন্টা আৰক্ষীৰ বৈঠক চলে ভৰলুমুখ আৰক্ষী থানা। ইফালে আটকাধীন যুৱকসকলক সোধা পোছা কৰি এৰি দিয়ে আৰক্ষীয়ে। উল্লেখযোগ্য যে শ্যাম শৰ্মাৰ মৰোনত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ লৈ যোৱা হ'ব ৰাজস্থানলৈ। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.