ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TOP TEN NEWS

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Feb 1, 2021, 2:24 PM IST

গুৱাহাটী জিএছ ৰোডত সোমবাৰে মুকলি হ'ল দুখনকৈ পদপথ সেঁতু

অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগেৰে নৱ-নিৰ্মিত সেঁতু দুখনত দিব্যাংগ-বয়োজ্যেষ্ঠ লোক সকল চলাচল কৰিব পৰাকৈ আছে সু-ব্যৱস্থা। নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি সংলগ্ন কৰা হৈছে চিচি টিভি ব্যৱস্থা- এই কথা জনালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মহানগৰী জিএছ ৰোডৰ মিজোৰাম হাউচ, মহিন্দ্ৰা শ্ব' ৰোমৰ সমীপত মুকলি কৰা সেঁতুদুখনত ব্যয় হৈছে ক্ৰমে ৯.৮৮ কোটি, ১০.৬ কোটি টকা ।

বাজেটত কি কি থাকিব,কি কি নাথাকিব

শ্বেয়াৰ মাৰ্কেটত বাজেটৰ ইতিবাচক প্ৰভাৱ

ম্যানমাৰত আং চান চ্যুকীক আটক

ম্যানমাৰৰ ৰাজ্যিক পৰামৰ্শদাতা আং চান চ্যুকীক আটক কৰা হয় । চৰকাৰ আৰু সামিক বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ ফলত আটক কৰা হয় । ম্যানমাৰৰ সংবাদ মাধ্যমে অচিনাক্ত সূত্ৰৰ ভিত্তিত জনোৱা অনুসৰি, আং চান চ্যুকী আৰু তেওঁৰ দলৰ সভাপতিক গ্ৰেপ্তাৰ কৰা হৈছে ।

হাইলাকান্দিত আৰক্ষীৰ জালত গাড়ী চুৰ চক্ৰ

হাইলাকান্দি আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি জানিব পাৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত হাইলাকান্দিৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণব শইকীয়া আৰু টাউন ব্ৰাঞ্চৰ বিষয়া সুৰ্দশন ভাৰতীৰ লগতে আৰক্ষীৰ বৃহৎ দলে অভিযান চলায় ৷

বিলাসীপাৰাত আৰক্ষীৰ জালত চোৰাং কাঠ সহ দুই ব্যৱসায়ী

বিলাসীপাৰাৰ দ্বিপৰকুটিত চোৰাং শাল কাঠ ভৰ্তি স্ক’ৰপিঅ ( SCORPIO) বাহন সহ আটক দুই চোৰাং কাঠ ব্যৱসায়ী ৷ দেওবাৰে নিশা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই AS-01X-5283 নম্বৰ স্ক’ৰপিঅ গাড়ী এখন জব্দ কৰে ৷

সৰ্বভাৰতীয় পৰ্যায়ত সাফল্য চামতাৰ সৃষ্টি ড্ৰামা এণ্ড ডেন্স ফাউণ্ডেচনৰ

সৰ্বভাৰতীয় শাস্ত্ৰীয়, লোক নৃত্য প্ৰতিযোগিতাত চামতাৰ সৃষ্টি ড্ৰামা এণ্ড ডেন্স ফাউণ্ডেচনে ৭৪ টা বঁটা লাভ কৰি অসমলৈ কঢ়িয়ালে গৌৰৱ ৷

মৰাণৰ চাউদাং গাঁৱত মে-ডাম-মে-ফি উদযাপন

টাই-আহোম সকলৰ ধৰ্মী পৰম্পৰা অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফী ডিব্ৰুগড়ৰ মৰাণতো উদযাপন কৰা হয় ।

জাগীৰোড আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

জাগীৰোড আৰক্ষীৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান। অভিযানত দুই কন্টেইনাৰ ড্ৰাগছ সহ চাফিকুল ইছলাম আৰু আমিৰ হামজত আটক।

মুম্বাইত সাধাৰণ লোকৰ বাবে স্থানীয় ৰে'ল সেৱা আৰম্ভ

সোমবাৰৰ পৰা মুম্বাইত সাধাৰণ ৰাইজৰ বাবে পুনৰ আৰম্ভ হৈছে স্থানীয় ৰে'ল সেৱা । বিগত বৰ্ষত COVID-১৯ মহামাৰীৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰ সময়ৰ পৰাই মুম্বাইৰ স্থানীয় ৰে'ল সেৱা বন্ধ হৈ আছিল । ২০১৯ চনৰ জুন মাহৰ পৰা পৰ্যায় ক্ৰমে স্থানীয় ৰে'ল সেৱা পুনৰ আৰম্ভ হৈছিল যদিও সাধাৰণ লোকক যাত্ৰা কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । প্ৰায় ৩২০ দিনৰ অন্তত সাধাৰণ লোকক ৰে'ল যাত্ৰাৰ বাবে অনুমতি দিয়া হৈছে ।

ম্যানমাৰ সম্পৰ্কত ভাৰতৰ প্ৰতিক্ৰিয়া

ম্যানমাৰক সেনাই এবছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণত লোৱা বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুবুৰীয়া দেশখনক আইনৰ শাসন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া বজাই ৰাখিবলৈ আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.