ETV Bharat / state

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - 1 PM TEN NEWS

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 22, 2021, 12:52 PM IST

27 জানুৱাৰীত বন্ধ থাকিব বিটিআৰৰ চাৰি জিলা

2020 বৰ্ষৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ এবছু আৰু এন ডি এফ বিৰ চাৰিটা গোটৰ মাজত স্বাক্ষৰিত হৈছিল তৃতীয়খন বড়ো শান্তি চুক্তি ৷ বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূতি উপলক্ষে 27 জানুৱাৰীত বিটিআৰৰ অধীনৰ চাৰিওখন জিলাতে স্থানীয় বন্ধ ঘোষণা কৰিছে বিটিচি প্ৰশাসনে ৷

জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা

বিগত বছৰ সমূহৰ লেখীয়াকৈ আজি শুকুৰবাৰে সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা । দুভাগ নিশাৰ পৰাই আৰম্ভ হোৱা বিনিময় প্ৰথাৰ উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ।

প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত বিদ্যালয়ৰ বিত্তীয় লেন দেন আৰু তথ্য যোগানৰ পৰা বিৰত থকাৰ শপত গ্ৰহনেৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষক সকলৰ প্ৰতিবাদ ৷ কিন্তু লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেল পথাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ লগতে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ৰাওনা হোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ ৷

বিটিচিত শান্তিৰ বাতাবৰণ ঘূৰি আহিছে: প্ৰমোদ বড়ো

বিটিচি নিৰ্বাচনত বিপুল ভোটেৰে জয়লাভ কৰা প্ৰমোদ বড়োক শুকুৰবাৰে জালাহ সমষ্টিত উষ্ম আদৰণি জনায় সমষ্টিবাসীয়ে ৷ সভাখনত প্ৰমোদ বড়োৱে কয় যে বিটিচিত উগ্ৰপন্থী সমস্যা সমাধান হৈ শান্তিৰ বাতাবৰণ ঘূৰি আহিছে ৷

বৰপেটাত প্ৰতিবাদী শিক্ষকক আৰক্ষীৰ বাধা আদবাটতে

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু সপ্তম দৰমহা বিধিয়ে প্রাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা ৮৭০০ টকাৰ গ্রেড পে' কৰ্তন কৰি আসোঁৱাহ নিৰাময় সমিতিয়ে সৃষ্টি কৰা সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷

73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

স্বাধীনতাৰ 73 বছৰ পাৰ হোৱাৰ পাচতো কেৰাচিনৰ চাকিৰে পোহৰ হোৱা এখন গাঁও ৷ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ উত্তৰ মেজেংজুলি গাঁৱৰ গাঁওবাসীয়ে আজিলৈকে লাভ নকৰিলে বিদ্যুৎ সেৱা ৷

ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ

বিজেপি,আৰএছ এছে মছজিদ ভাঙিলে সাম্প্ৰদায়িক নহয় ৷ তাৰ বিৰুদ্ধে মাত মাতিলে সাম্প্ৰদায়িক মন্তব্য হৈ পৰে ৷ এই মন্তব্য AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ৷

বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শীৰ্ষ নেতা সকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত কৰা হ'ব ৷ য'ত দলটোৰ ৱৰ্কিং কমিটি গঠন অথবা দলটোৰ নতুন সভাপতি নিৰ্বাচন কৰাৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে ৷

মিজোৰামত প্ৰায় 5 কোটি টকাৰ নিচাঁজাতীয় সামগ্ৰী জব্দ

অসম ৰাইফলছ, আবকাৰী আৰু নাৰ্কষ্টিক বিভাগৰ যুটীয়া অভিযানত এটা দলে বৃহস্পতিবাৰে মিজোৰামৰ চম্পাই জিলাৰ টলাংচামত অভিযান চলাই 612.8 গ্ৰাম হেৰোইন আৰু 2,690 টা নিচাঁজাতীয় টেবলেট জব্দ কৰে ৷

কৰ্ণাটকৰ শিলৰ কুৱেৰীত বিস্ফোৰণ : নিহত 8 জন শ্ৰমিক

কৰ্ণাটকৰ শিৱমোগ্গাৰ শিলৰ কুৱেৰীত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ ৷ প্ৰায় 5 কিলোমিটাৰ দূৰলৈ প্ৰভাৱ পৰা এই বিস্ফোৰণটোত 8 জন শ্ৰমিকৰ মৃত্যু হয় ৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটো চীল কৰি আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.