ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ - যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ

অসমীয়া জাতি, ভাষা, অস্তিত্বক সংকটৰ মুখলৈ ঠেলি ত্ৰিপুৰাৰ দৰে কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটৰ ৰাজপথত পুনৰ নাৰী শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী।

women protest against caa
যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ
author img

By

Published : Feb 8, 2020, 4:52 PM IST

যোৰহাট, 8 ফেব্ৰুৱাৰীঃ অসমীয়া জাতি, ভাষা, অস্তিত্বক সংকটৰ মুখলৈ ঠেলি ত্ৰিপুৰাৰ দৰে কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বিৰুদ্ধে যোৰহাটৰ ৰাজপথত পুনৰ নাৰী শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰায় দুই শতাধিক মহিলাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷ অসমৰ দৰে ব্যাপক ঘনত্ব থকা জনসাধাৰণৰ বাবে এই আইন এক প্ৰকাৰৰ বৰবিহ স্বৰূপ ৷ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা নাৰী সকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে যিদিনালৈকে এই জাতি ধ্বংসী আইন বাতিল নকৰে তেতিয়ালৈকে "কা"ৰ বিৰোধিতা কৰি এনেদৰে প্ৰতিবাদ কৰি যোৱাৰ সংকল্প যোৰহাটৰ নাৰী শক্তিৰ ৷

যোৰহাটত নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ

লগতে পঢ়কঃতিতাবৰত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নাৰীশক্তিৰ ব্যাপক প্ৰতিবাদ।।

Body:অসমীয়া জাতি,ভাষা অস্তিত্বক সংকটৰ মুখলৈ ঠেলি ত্ৰিপুৰা দৰে কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বিৰুদ্ধে যোৰহাটৰ ৰাজপথত পুনৰ নাৰী শক্তিৰ প্ৰতিবাদী কাৰ্যসূচী।নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি প্ৰায় দুই শতাধিক মহিলাই যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত অৱস্থান কৰি প্ৰতিবাদে উত্তাল কৰি তুলে সমগ্ৰ পৰিৱেশ।অসমৰ দৰে ব্যাপক ঘনত্ব থকা জনসাধাৰণৰ বাবে এই আইন এক প্ৰকাৰৰ বৰবিহ স্বৰূপ।জিলা খনৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা নাৰী সকলে বিভিন্ন ধৰনে প্ৰতিবাদ সাব্যস্ত কৰে।

Conclusion:যিদিনা লৈকে এই জাতি ধ্বংসী আইন বাতিল নকৰে তেতিয়ালৈকে কা"বিৰোধিতা কৰি প্ৰতিবাদ কৰি যোৱাৰ সংকল্প যোৰহাটৰ নাৰী শক্তিৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.