ETV Bharat / state

টীয়কত বন্য হস্তীৰ ত্ৰাস

author img

By

Published : Dec 5, 2019, 9:59 AM IST

মেলেং কপাহধৰাত যোগেন বৰা নামৰ এজন ব্যক্তিৰ ঘৰ-বাৰীৰ লগতে ঘৰৰ আচবাব ভাঙি সম্পূৰ্ণৰূপে তচনচ কৰে বন্যহস্তীৰ জাকটোৱে

টীয়ক
টীয়কত বন্য হস্তীৰ ত্ৰাস

টীয়ক,5 ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ টীয়কৰ মেলেঙত বন্য হাতীৰ ত্ৰাস ৷ গিবন অভয়াৰণ্যৰপৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকে বৃহস্পতিবাৰে পুৱতি নিশা ত্ৰাসৰ সৃষ্টি কৰে ৷ মেলেং কপাহধৰাত যোগেন বৰা নামৰ এজন ব্যক্তিৰ ঘৰ-বাৰীৰ লগতে ঘৰৰ আচবাব ভাঙি সম্পূৰ্ণৰূপে তচনচ কৰে বন্যহস্তীৰ জাকটোৱে। লগতে বহু পৰিমাণৰ খেতি পথাৰ নষ্ট কৰাৰ উপৰিও বাৰীৰ কলগছ আদিও অনিষ্ট কৰে বন্যহস্তীৰ জাকটোৱে ।

লগতে পঢ়কঃ ছত্তিশগড়ত সহকৰ্মীৰ গুলীত নিহত 5জনকৈ আইটিবিপি জোৱান

Intro:Body:টীয়কৰ মেলেঙত বন্য হাতীৰ ত্ৰাস
TEOK:টীয়কত বন্যহস্তীৰ ত্ৰাস । গিবন অভয়াৰণ্যৰপৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ এটা জাকে পুৱতি নিশা মেলেং কপাহধৰাত যোগেন বৰা নামৰ এজন ব্যক্তিৰ ঘৰ ভাঙি,ঘৰৰ আচবাব ভাঙি তচনচ কৰিলে বন্যহস্তীৰ জাকে । খেতিবাতি নষ্ট কৰাৰ লগতে বাৰীৰ কলগছ আদিও অনিষ্ট কৰিলে বন্যহস্তীৰ জাকটোৱে ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.