টীয়ক, 4 চেপ্টেম্বৰ: মঙলবাৰে নিশা টীয়কৰ জাঁজীমুখ জপং গাঁও প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বহু সম্পদৰ ক্ষতিসাধন কৰে। জানিব পৰা মতে,নিশা দুটা বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ খিৰিকী ভাঙি ভিতৰত থকা চাউলৰ বেগ টানি অনাৰ ফলত বিদ্যালয়খনৰ পকী ইটা খহি যায়। হাতী দুটাই চাউলৰ বেগৰ পৰা চাউল খাই ওচৰৰ পথাৰৰ বহু দুৰলৈকে সিচৰিত কৰি থয় । এই পৰ্যন্ত বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰীৰ উক্ত স্থানত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ তাণ্ডৱ - জাঁজীমুখ জপং গাঁও
টীয়কত মঙলবাৰে নিশা বনৰীয়া হাতীৰ ধ্বংসলীলা ৷ জাঁজীমুখ জপং গাঁও প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীয়ে চলালে তাণ্ডৱ ৷ নীৰৱ বনবিভাগ ৷ ৰাইজৰ প্ৰতিক্ৰিয়া ৷
জাঁজীমুখ জপং গাঁও প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীয়ে চলালে তাণ্ডৱ
টীয়ক, 4 চেপ্টেম্বৰ: মঙলবাৰে নিশা টীয়কৰ জাঁজীমুখ জপং গাঁও প্ৰাথমিক বিদ্যালয়ত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই বহু সম্পদৰ ক্ষতিসাধন কৰে। জানিব পৰা মতে,নিশা দুটা বনৰীয়া হাতীয়ে বিদ্যালয়খনৰ খিৰিকী ভাঙি ভিতৰত থকা চাউলৰ বেগ টানি অনাৰ ফলত বিদ্যালয়খনৰ পকী ইটা খহি যায়। হাতী দুটাই চাউলৰ বেগৰ পৰা চাউল খাই ওচৰৰ পথাৰৰ বহু দুৰলৈকে সিচৰিত কৰি থয় । এই পৰ্যন্ত বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰীৰ উক্ত স্থানত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
Intro:Body:STORY:টীয়কৰ জাঁজীমুখত বন্যহস্তীৰ তাণ্ডব
TEOK:যোৱা নিশা টীয়কৰ জাঁজীমুখ জপং গাঁও প্ৰাথমিক বিদ্যালয়ত বণৰীয়া হাতীয়ে তাণ্ডৱ চলাই তচ নচ কৰে।জানিব পৰা মতে নিশা দুটা বণৰীয়া হাতীয়ে বিদ্যালয়খনৰ খিৰিকি ভাঙি ভিতৰত থকা চাউলৰ বেগ টানি অনাৰ ফলত বিদ্যালয়খনৰ পকী ইটা খহি যায়।হাতী দুটাই চাউলৰ বেগৰ পৰা চাউল খাই ওচৰৰ পথাৰৰ বহু দুৰলৈকে সিচৰিত কৰি পেলায়।এই পৰ্যন্ত বন বিভাগৰ কোনো বিষয়া কৰ্মচাৰীৰ উক্ত স্হানত উপস্থিত হোৱা নাই।Conclusion: