তিতাবৰ, 30 আগষ্ট:
- তিতাবৰ পৌৰসভাত ব্যাপক বিসম্বাদ
- অনাস্থা প্ৰস্তাৱ আনিলে পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰূদ্ধে
- ছয় ৱাৰ্ড কমিছনাৰে আনিলে এই অনাস্থা প্ৰস্তাৱ
- ৰাজীপ দত্ত আৰু নিতুমণি হাজৰিকা বিৰুদ্ধে এই প্ৰস্তাৱ
- বিত্তীয় খেলি-মেলিৰ বাবেই সৃষ্টি হ'ল বিসম্বাদ
তিতাবৰ, 30 আগষ্ট:
তিতাবৰ, 30 আগষ্ট: