ETV Bharat / state

যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ - যোৰহাট

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুকলি কৰা 11 কোটি টকীয়া ভোগদৈ নদীৰ ওপৰত থকা দলঙখনৰ ওপৰ ভাগ এতিয়া বখলা বখলে এৰি গৈছে ৷

যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ
author img

By

Published : Aug 27, 2019, 3:25 PM IST

যোৰহাট, 27 আগষ্টঃ "গাড়ী লাহে লাহে চলাব ,আগত কাম কৰি আছে" সাধাৰণতে দেখা পোৱা এই ধৰণৰ বেনাৰ সমূহ গড়কাপ্তানি বিভাগৰ ৷ কিন্তু মঙলবাৰে যোৰহাটত যুৱ ছাত্ৰ পৰিষদে এই বেনাৰ লৈ দলং মেৰামতি কৰি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ জৰাজীৰ্ণ পথ মেৰামতি কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুকলি কৰা 11 কোটি টকীয়া ভোগদৈ নদীৰ ওপৰত থকা দলংখনৰ ওপৰ ভাগ এতিয়া বখলা বখলে এৰি গৈছে৷

পাঁচ বছৰ সম্পূৰ্ণ নহওঁতেই তৰপে তৰপে এৰিছে দলংখনৰ ওপৰভাগ ।যাৰ ফলত দলঙখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে৷ অভিযোগ অনুসৰি নিৰ্মাণৰ সময়ত নিম্মমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই এনেদৰে তৰপে তৰপে এৰিছে ব্লেক টপিং। সেয়ে যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট যুৱ ছাত্ৰ পৰিষদে ভোগদৈৰ দলঙৰ পকী তৰপ মেৰামতি কৰি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷

যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ

যুৱ ছাত্ৰ পৰিষদৰ অভিনব প্ৰতিবাদ।।জৰাজীৰ্ণ পথ মেৰামতি কৰি ধিক্কাৰ গড়কম্পানী বিভাগক।।

গাড়ী লাহে লাহে চলাব আগত কাম কৰি আছে।
সাধাৰণতে দেখা পোৱা এই বেনাৰ আচলতে গড়কম্পানী বিভাগৰ নহয়,এই বেনাৰ যুৱ ছাত্ৰ পৰিষদৰ।জৰাজীৰ্ণ পথ মেৰামতি কৰি অভিনব প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি হুংকাৰ প্ৰদান গড়কম্পানী মন্ত্ৰীক অতিশীৰ্যে মেৰামতি কৰি ৰাইজৰ যোগাযোগ ব্যৱস্থা সুচল কৰক।
উল্লেখযোগ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুকলি কৰা ১১ কোটি টকীয়া ভোগদৈ নদীৰ ওপৰত থকা দলংখনৰ ওপলত এতিয়া এৰাইছে বখলা বখলে।পাচ বছৰ সম্পূৰ্ণ নহওতেই এৰাছে পকি টৰপ।যাৰফলত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।নিৰ্মাণৰ সময়ত নিম্মমান সামগ্ৰী ব্যৱহাৰৰ কৰাৰ বাবেই এনেদৰে টৰপে টৰপে এৰাইছে পকি টৰপ।এই গুৰুত্বপূৰ্ণ অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।যোৰহাট জিলা সমিতি উদ্যোগত ভোগদৈৰ দলংৰ পকী তৰপ মেৰামতি কৰি অভিনব প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.