ETV Bharat / state

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক - GERMANY

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিদৰ্শন কৰি অভিভূত দুই বিদেশী পৰ্যটক ক্ৰমে ছাৰ্গে মায়াৰ আৰু এমা মায়াৰ

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক
author img

By

Published : May 1, 2019, 1:03 PM IST

যোৰহাট, 1 মে: মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিদৰ্শন কৰি অভিভূত দুই বিদেশী পৰ্যটক ক্ৰমে ছাৰ্গে মায়াৰ আৰু এমা মায়াৰ । যোৰহাটৰ জীয়ৰী, কৰ্মসূত্ৰে জাৰ্মানীত থাকিবলৈ লোৱা গৱেষক নীলম নয়ন বৰাৰ আমন্ত্ৰণত পোন প্ৰথম বাৰৰ বাবে ভাৰতবৰ্ষ তথা অসমলৈ আহিছে পৰ্যটক দুগৰাকী ৷ দুই জাৰ্মান পৰ্যটকদ্বয়ে ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক

লগতে পঢ়ক: উদ্ধাৰ হ'ল উগ্ৰতাৰা মন্দিৰৰ বিগ্ৰহ

এগৰাকী পৰিৱেশ বিজ্ঞানী ছাৰ্গে মায়াৰে অসমৰ প্ৰকৃতি প্ৰদত্ত এই সৌন্দৰ্য্য অনন্য বুলি মতপোষণ কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড:ৰাতুল চন্দ্ৰ বৰাই দলটোক এই ভ্ৰমণ কালত সহযোগিতা আগবঢ়ায় ।

Intro:Body:ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিদেশী পৰ্যটক
TEOK:মহাপুৰুষ মাধৱদেৱ স্হাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ পৰিদৰ্শন কৰি অভিভূত দুই বিদেশী পৰ্যটক ক্ৰমে ছাৰ্গে মায়াৰ আৰু এমা মায়াৰ।যোৰহাটৰ জীয়াৰী, কৰ্মসূত্ৰে জাৰ্মানীত থাকিবলৈ লোৱা গৱেষক নীলম নয়ন বৰাৰ আমন্ত্ৰণত পোন প্ৰথম বাৰৰ বাবে ভাৰতবৰ্ষ তথা অসমলৈ অহা এই দুই জাৰ্মান পৰ্যটকদ্বয়ে ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ।এগৰাকী পৰিৱেশ বিজ্ঞানী ছাৰ্গে মায়াৰে অসমৰ প্ৰকৃতি প্ৰদত্ত এই সৌন্দৰ্য্য অনন্য বুলি মতপোষণ কৰে ।অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড:ৰাতুল চন্দ্ৰ বৰাই দলটোক এই ভ্ৰমণ কালত সহযোগিতা আগবঢ়ায়।
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.