ETV Bharat / state

মৰিয়নীত পথৰ দাঁতি উভালি পৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণৰক্ষা বহু লোকৰ

মৰিয়নী নগৰৰ মাজমজিয়াৰ বাপুজী খেলপথাৰলৈ যোৱা পথৰ দাঁতিৰ এজোপা প্ৰকাণ্ড গছ হঠাৎ উভালি পৰাত কথমপি প্ৰাণৰক্ষা কেইবাজন লোকৰ ।

author img

By

Published : Jul 31, 2020, 1:00 AM IST

Tree fall at Mariani, luckily no one injured

মৰিয়নী, 31 জুলাই : এক বৃহৎ অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল মৰিয়নীত ৷ পথৰ দাঁতিৰ এজোপা প্ৰকাণ্ড গছ হঠাৎ উভালি পৰাত কথমপি প্ৰাণৰক্ষা পৰিল কেইবাজন লোকৰ । মৰিয়নী নগৰৰ মাজমজিয়াৰ বাপুজী খেলপথাৰলৈ যোৱা পথৰ দাঁতিত বৃহস্পতিবাৰৰ সন্ধিয়া এজোপা প্ৰকাণ্ড কৃষ্ণচূড়া গছ উভালি পৰাত কথমপি প্ৰাণ ৰক্ষা পৰে বহু কেইজন লোকৰ ৷ অৱশ্যে এই অঘটনত এখন মাৰুটি 800 বাহনৰ বিস্তৰ ক্ষতিসাধন হয় ৷

মৰিয়নীত পথৰ দাঁতি উভালি পৰিল প্ৰকাণ্ড গছ

জানিব পৰা মতে, আৰিফ আহমেদ নামৰ ব্যক্তি জন সেই সময়তে পথৰ দাঁতিত থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰলৈ যোৱাৰ আগ মূহুৰ্ততে সংঘটিত হয় এই ঘটনাটো ৷ সদাব্যস্ত পথটোৰ ওপৰত হঠাৎ গছ জোপা উভলি পৰে যদিও কোনো লোক হতাহত নোহোৱাত স্বস্তিৰ নিশ্বাস লয় অঞ্চলবাসীয়ে ।

মৰিয়নী বৃহৎ অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা

লগতে চাওক-নগাঁৱত বন বিভাগৰ অভিযানত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.