তিতাবৰ,১৯ এপ্ৰিল: এজন চিকিৎসকেৰে চলিছে তিতাবৰ মহকুমাৰ বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰ । প্ৰায় 200 খন গাঁৱৰ মাজত থকা একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটোত বিহুৰ অজুহাত উলিয়াই স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত নাথাকে চিকিৎসক । যাৰ বাবে শনিবাৰে এজন চিকিৎসকে ৰোগীসকলৰ চিকিৎসা সেৱা কৰিব লগাত ৰোগীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ।
এজন চিকিৎসকেৰে চলিছে বৰহোলাৰ স্বাস্থ্যকেন্দ্ৰ - চিকিৎসক
তিতাবৰ মহকুমাৰ বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰত এজন চিকিৎসকে চলাইছে চিকিৎসা সেৱা
এজন চিকিৎসকেৰে চলিছে বৰহোলাৰ স্বাস্থ্যকেন্দ্ৰ
তিতাবৰ,১৯ এপ্ৰিল: এজন চিকিৎসকেৰে চলিছে তিতাবৰ মহকুমাৰ বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰ । প্ৰায় 200 খন গাঁৱৰ মাজত থকা একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটোত বিহুৰ অজুহাত উলিয়াই স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত নাথাকে চিকিৎসক । যাৰ বাবে শনিবাৰে এজন চিকিৎসকে ৰোগীসকলৰ চিকিৎসা সেৱা কৰিব লগাত ৰোগীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয় ।
Intro:বৰহোলা সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসালয়ত চিকিৎসাক নথকাৰ বাবে ৰুগীৰ মাজত হাহাকাৰ । বিহুৰ উজহা দেখুৱাই কৰ্মত গাফিলটি অভিযোগ।Body:তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা প্ৰায় 200 খন গাঁৱৰ ৰাইজৰ এক মাত্ৰ চিকিৎসা বাবে এখন সামূহিক স্বাস্থ্যকেন্দ্ৰ কিন্তু বিহুৰ অজুহাত উলিয়াই স্বাস্থ্য কেন্দ্ৰত উপস্থিত নথকাকে চিকিৎসাক । আজি ৰুগী ৰ মাজন হাহাকাৰ এজন চিকিৎসাকে চলাব লগা হৈছে চিকিৎসালয় খন কিন্তু কাণ হাৰ নাই মহকুমা প্ৰশাসণৰ ।Conclusion: