ETV Bharat / state

তিতাবৰত নাহৰফুটুকী বাঘৰ আক্ৰমণঃগুৰুতৰভাৱে আহত মহিলা - নাহৰফুটুকী বাঘ

তিতাবৰৰ কাছজান চাহ বাগিচাত পাত তুলি থকা অৱস্থাতে পিংকী ভূঞা,জুনু তুৰী আৰু ফাগুনী ৰাও নামৰ তিনি গৰাকী মহিলাক আক্ৰমণ কৰে এটা নাহৰফুটুকী বাঘে ৷ ইয়াৰে ফাগুনী ৰাও নামৰ মহিলা গৰাকী গুৰুতৰভাৱে আহত হ'বলগীয়া হয় ৷ মহিলাগৰাকীৰ হাত আৰু পিঠিত গুৰুতৰ ভাৱে আক্ৰমণ কৰে নাহৰফুটুকী বাঘটোৱে ৷

Tiger attack in Titabar
তিতাবৰত নাহৰফুটুকী বাঘৰ আক্ৰমণঃগুৰুতৰভাৱে আহত মহিলা
author img

By

Published : May 29, 2020, 8:38 PM IST

মৰিয়নী,29মে':তিতাবৰত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস ৷ নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হ'ল তিনিগৰাকীকৈ মহিলা ৷ জানিব পৰা মতে, তিতাবৰৰ কাছজান চাহ বাগিচাত পাত তুলি থকা অৱস্থাতে পিংকী ভূঞা,জুনু তুৰী আৰু ফাগুনী ৰাও নামৰ তিনি গৰাকী মহিলাক আক্ৰমণ কৰে এটা নাহৰফুটুকী বাঘে ৷ ইয়াৰে ফাগুনী ৰাও নামৰ মহিলা গৰাকী গুৰুতৰভাৱে আহত হ'বলগীয়া হয় ৷ মহিলাগৰাকীৰ হাত আৰু পিঠিত গুৰুতৰ ভাৱে আক্ৰমণ কৰে নাহৰফুটুকী বাঘটোৱে ৷ বাগিচা খনৰ শ্ৰমিকৰ অভিযোগ ইয়াৰ পূৰ্বতেও বাঘৰ আক্ৰমণত মৃত্যুমুখত পৰিছিল কেইবাগৰাকী লোক ৷ চাহ বাগিচাখনৰ কৰ্তৃপক্ষৰ হেমাহীৰ বাবে বাৰে বাৰে এইদৰে ঘটনা সংঘটিত হোৱাৰ পিছতো এনেধৰণৰ ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই বন বিভাগৰ লোকক আজিলৈকে বাঘটো ধৰিবলৈ অৱগত নকৰাৰ অভিযোগ কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে ৷

তিতাবৰত নাহৰফুটুকী বাঘৰ আক্ৰমণ

লগতে পঢ়কঃলাজ নহয়,নগাঁৱত হাতে-কামে দেখুৱালে অসমীয়াগিৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.