ETV Bharat / state

তিতাবৰত অ' এন জি চিৰ পৰিবাহী পাইপ ফুটা কৰি কৰা তেল চুৰিকাণ্ড ফাদিল - crude oil smuggling at Titabar

তিতাবৰত অ এন জি চিৰ তেল পৰিবাহী পাইপত ফুটা কৰি কৰা তেল হৰলুকীৰ কাণ্ড ফাদিল ৷ তিতাবৰ আৰক্ষীৰ অভিযানত ধৰা পৰে এই কাৰ্য ৷

তিতাবৰত অ এন জি চিৰ পৰিবাহী পাইপ ফুটা কৰি কৰা তেল চুৰিকাণ্ড ফাদিল
author img

By

Published : Nov 17, 2019, 4:30 PM IST

তিতাবৰ,17 নৱেম্বৰ: তিতাবৰ মহকুমা অন্তৰ্গত মাধপুৰ ওৰাং গাঁৱত তেল গেছ নিগমৰ তেল পৰিবাহী পাইপ ফুটা কৰি দীৰ্ঘ সময়ৰ পৰা বৃহৎ পৰিমাণৰ তেল চুৰি কৰা কাণ্ড পোহৰলৈ আহিছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বৰহোলা তিতাবৰ ন-আলি সংযোগী পথৰ নিচেই কাষতে উক্ত ঘটনাটো সংঘটিত হয় । ওৰাং গাঁৱৰ নগা পাহাৰৰ পৰা নামি অহা সৰু নলাৰ তলত থকা অ এন জি চিৰ পাইপত ভেলল্ব লগাই কোনো এক দুষ্ট চক্ৰই এই কাৰ্য সম্পাদন কৰি আহিছিল ৷ তিতাবৰ আৰক্ষীয়ে আৰক্ষী বিষয়া জীৱেশ্বেৰ দাসৰ নেতৃত্বত অভিযান চলাই এই কাৰ্য ধৰা পেলায় ।

তিতাবৰত অ এন জি চিৰ পৰিবাহী পাইপ ফুটা কৰি কৰা তেল চুৰিকাণ্ড ফাদিল

তিতাবৰ বৰহোলা অ এন জি চিৰ পৰা দৈনিক খাৰুৱা তেলসমূহ এই পাইপৰ যোগেদি যোৰহাটৰ চাৰিগাঁৱলৈ যায় আৰু তাৰ পৰা নুমলীগড় তেল শোধনগাৰলৈ প্ৰেৰণ কৰা হয় । ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান আৰক্ষীৰ অভিযান অব্যাহত আছে ।

আৰু পঢ়ক সন্ধান নাই ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰ সুমন সৰকাৰৰ

Intro:তিতাবৰ মহকুমা অন্তৰ্গত মাধপুৰ ওৰাং গাঁৱত ONGC তেল পৰিবাহী পাইপ ফুটা কৰি দীৰ্ঘ সময় পৰা বৃহৎ পৰিমাণৰ তেল চুৰি কৰা এটা কাণ্ড পোহৰলৈ আহিছে । এই ঘটনাই ব্যাপক চাঞ্চ্যলৰ সৃষ্টি কৰিছে। বৰহোলা তিতাবৰ ন আলি সংযোগী পথৰ নিছে কাষতে এই ঘটনা সংঘটিত হয়। ওৰাং গাঁৱৰ নগা পাহাৰৰ পৰা নামি অহা সৰু নলাৰ তলত থকা ONGC ৰ পাইপ ভেলপ লগাই তিতাবৰৰ এটা দুষ্ট চক্ৰ এই কাৰ্য সম্পাদন কৰিছিল।Body:আৰক্ষী বিষয়া জীবেশ্বেৰ দাস ৰ অভিযান চলাই এই কাৰ্য ধৰা পেলায় । তিতাবৰ বৰহোলা ONGC ৰ পৰা দৈনিক কোড অইল সমূহ এই পাইপৰ যোগে যোৰহাট চাৰি গাঁৱলৈ যায় আৰু তাৰ পৰা নুমলীগড় তেল শোধন গাৰলৈ প্ৰেৰণ কৰা হয়। এতিয়া আৰক্ষীয়ে কোন লোকক গ্ৰেপ্তাৰ কৰা নাই বৰ্তমান অভিযান অভ্যাসত আছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.