ETV Bharat / state

হাল বোৱা যন্ত্ৰ উদ্ভাৱনেৰে চমক টীয়কৰ যুৱকৰ

বৰ্তমান পুৰণি সামগ্ৰীৰে নিৰ্মান কৰাৰ বাবে মাত্ৰ 6,500 টকাতে এই হালবোৱা যন্ত্ৰ নিৰ্মান কৰি উলিয়াবলৈ সক্ষম হৈছে যৱকজনে ৷ যদি সম্পূৰ্ণ নতুন যন্ত্ৰৰ ব্যৱহাৰ কৰি এই হালবোৱা যন্ত্ৰ নিৰ্মান কৰি উলিয়াই তেনেহতে প্ৰায় 15,000 টকাত এই যন্ত্ৰটোৰ নিৰ্মান সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিছে উদ্ভাৱক দেৱজিৎ দত্তই ৷

author img

By

Published : Jul 11, 2020, 12:37 PM IST

Teok youth invention plough machine
কম খৰচৰ হালবোৱা যন্ত্ৰ উদ্ভাৱনৰে টীয়কৰ যুৱকৰ চমক

টীয়ক, 11 জুলাইঃ লক্ ডাউনৰ মাজতে টিয়কৰ এজন যুৱকে উদ্ভাৱন কৰিছে এটি হাল বোৱা যন্ত্ৰ ৷ টীয়কৰ মেলং গায়ন গাঁৱৰ দেবজিৎ দত্ত নামৰ যুৱকজনে সাজি উলিয়াইছে এটি হাল বোৱা যন্ত্ৰ ৷ এখন পুৰনি স্কুটাৰৰ ইঞ্জিন আৰু আনুসাংগিক কেতবোৰ সামগ্ৰী ব্যৱহাৰ কৰি সাজি উলিওৱা এই যন্ত্ৰটোৰ দ্বাৰা 1 লিটাৰ পেট্ৰলেৰে ডেৰ বিঘা মাটিত হাল বাব পাৰি বুলি দাবি কৰিছে যুৱকজনে ৷ ইলেকট্ৰনিক বিষয়ত বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত দেৱজিৎ দত্তই ঘৰতে ইলেকট্ৰনিক্সৰ সামগ্ৰী মেৰামতি কৰি কোনোমতে পৰিয়াল পোহ-পাল দি আহিছে ৷

বৰ্তমান পুৰণি সামগ্ৰীৰে নিৰ্মান কৰাৰ বাবে মাত্ৰ 6,500 টকাতে এই হালবোৱা যন্ত্ৰ নিৰ্মান কৰি উলিয়াবলৈ সক্ষম হৈছে যৱকজনে ৷ যদি সম্পূৰ্ণ নতুন যন্ত্ৰৰ ব্যৱহাৰ কৰি এই হালবোৱা যন্ত্ৰ নিৰ্মান কৰি উলিয়াই তেনেহতে প্ৰায় 15,000 টকাত এই যন্ত্ৰটোৰ নিৰ্মান সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিছে উদ্ভাৱক দেৱজিৎ দত্তই ৷ বৰ্তমান 40,000 ৰ পৰা 60,000 টকাৰ এহাল বলধ গৰু তথা লক্ষাধিক টকাৰ পাৱাৰটিলাৰৰ বিপৰীতে কেৱল 15,000 টকাতে এই নিৰ্মান হৈ উঠা এই হালবোৱা যন্ত্ৰই দৰিদ্ৰ কৃষকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.