ETV Bharat / state

এজন স্বভাৱজাত,প্ৰচাৰ বিমুখ শিল্পী-লোকনাথ বৰা - লোকনাথ বৰা

যোৰহাট জিলাৰ মেলেং অঞ্চলৰ লোকনাথ বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নৃসিংহ মুৰাৰীৰ মূৰ্ত্তিকে ধৰি বিভিন্ন মূৰ্তিয়ে ৷ দীৰ্ঘদিন ধৰি মুখা শিল্পৰ সাধনাত বৰ্তী এইগৰাকী শিল্পীৰ শিল্প কলা অঞ্চলটোৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ নামঘৰ সমূহত দেখিবলৈ পোৱা যায় ৷

Teok statue artist,Loknath Borah
এজন স্বভাৱজাত,প্ৰচাৰ বিমুখ শিল্পী-লোকনাথ বৰা
author img

By

Published : Mar 5, 2020, 5:08 AM IST

টীয়ক,4 মাৰ্চঃ এজন স্বভাৱজাত,প্ৰচাৰ বিমুখ শিল্পী ৷ নাম লোকনাথ বৰা ৷ যোৰহাট জিলাৰ মেলেং অঞ্চলৰ এইগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নৃসিংহ মুৰাৰীৰ মূৰ্ত্তিকে ধৰি বিভিন্ন মূৰ্তিয়ে ৷ দীৰ্ঘদিন ধৰি মুখা শিল্পৰ সাধনাত বৰ্তী এইগৰাকী শিল্পীৰ শিল্প কলা অঞ্চলটোৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ নামঘৰ সমূহত দেখিবলৈ পোৱা যায় ৷ শিল্পী গৰাকীয়ে নিৰ্মাণ কৰা নৃসিংহ মুৰাৰীৰ মূৰ্তি ইতিমধ্যে বহু নামঘৰত ভক্তি সহকাৰে স্থাপন কৰা হৈছে ৷ কিন্তু এই গৰাকী শিল্পী আজিও বঞ্চিত চৰকাৰে শিল্পীসকলক প্ৰদান কৰা বিভিন্ন সা-সুবিধাৰ পৰা ৷ যি সময়ত ৰজাঘৰীয়াই শিল্পী সুৰক্ষাৰ কথা কৈ দম্ভালি মাৰি ফুৰিছে সেই সময়তেই ৰাজ্যৰ বহু শিল্পী বঞ্চিত হৈ আহিছে নূন্যতম সা সুবিধাখিনিৰ পৰা ৷

এজন স্বভাৱজাত,প্ৰচাৰ বিমুখ শিল্পী-লোকনাথ বৰা

লগতে পঢ়ক-পৰম্পৰা ভংগ হ’ব বাজেট অধিৱেশনত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.