ETV Bharat / state

টীয়কত পলিথিন বিৰোধী শোভাযাত্ৰা - Teok news

টীয়কত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা কেইবাটাও সামাজিক সংগঠনে পলিথিন বিৰোধী শোভাযাত্ৰা উলিয়াই ৷

টীয়কত পলিথিন বিৰোধী শোভাযাত্ৰা
author img

By

Published : Sep 14, 2019, 5:12 PM IST

টীয়ক,14 ছেপ্তেম্বৰঃ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি টীয়ক পৌৰসভাৰ উদ্যোগত আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা নগৰখনৰ কেইবাটাও আত্মসহায়ক গোটৰ সদস্যই শনিবাৰে এক পলিথিন বিৰোধী শোভাযাত্ৰা উলিয়াই ৷ টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা সজাগতামূলক শোভাযাত্ৰা যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই শুভ উদ্বোধন কৰে। তিনি শতাধিক ছাত্ৰ ছাত্ৰী গোটৰ সদস্য তথা টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰা টীয়ক নগৰৰ মাজমজিয়াৰ পৰা উলিওৱা পলিথিন বিৰোধী বিভিন্ন শ্ল'গানেৰে সকলোকে সজাগ কৰাৰ চেষ্টা কৰে শোভাযাত্ৰাকাৰীসকলে।

Intro:Body:টীয়কত পলিথিন বিৰোধী শোভাযাত্ৰা
TEOK:'স্বচ্ছতাই সেৱা' শীৰ্ষক স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি টীয়কৰ পৌৰসভাৰ উদ্যোগত আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তথা নগৰ অঞ্চলৰ কেইবাটাও আত্মসহায়ক গোটৰ সহযোগত এক পলিথিন বিৰোধী শোভাযাত্ৰা বাহিৰ কৰা হয়।টীয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে যোৰহাট জিলা সাংবাদিক সন্হাৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই।তিনিশৰো অধিক ছাত্ৰ ছাত্ৰী গোটৰ সদস্যা তথা টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰা টীয়ক নগৰৰ মাজমজীয়াই বাহিৰ কৰি পলিথিন বিৰোধী বিভিন্ন শ্ল'গানেৰে সকলোকে সজাগ কৰাৰ চেষ্টা কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.