টীয়ক, 11 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো উত্তাল প্ৰতিবাদ ৷ উক্ত বিধেয়কখনৰ দ্বাৰা ৰাজ্যৰ ঐক্য আৰু সম্প্ৰীতি নিঃশেষ কৰাৰ প্ৰচেষ্টা বুলি ৰাইজে ব্যক্ত কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বুধবাৰে টীয়কৰ ৰাজপথত ওলাই আহে শ শ লোক ৷ ইয়াৰউপৰিও ৰাইজৰ লগত প্ৰায় ডেৰ শতাধিক যুৱকে মটৰচাইকেল ৰেলিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
লগতে পঢ়ক- তিনিচুকীয়াত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডঃপথ অৱৰোধ প্ৰতিবাদকাৰীৰ