ETV Bharat / state

টীয়কত ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া - teok news

টীয়কত উপস্থিত চিকিৎসক দেৱেন দত্তৰ দলবদ্ধ হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথ ৷ বিষয়াজনে টীয়ক চাহ বাগিচাৰ চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে ডাঃ দেৱেন দত্তৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷

টীয়কত উপস্থিত ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ তদন্তকাৰী বিষয়া
author img

By

Published : Sep 7, 2019, 6:46 PM IST

টীয়ক, 7 ছেপ্তেম্বৰঃ টীয়ক চাহ বাগিছাত যোৱা ৩১ আগষ্টত উদণ্ড চাহ শ্ৰমিকৰ অপ্ৰৰোচিত আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱা ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক'ৰ্টৰ জৰিয়তে সম্পন্ন কৰাৰ দায়িত্ব অৰ্পণ কৰা ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথ শনিবাৰে টীয়কত উপস্থিত হয় ৷ তদন্তকাৰী বিষয়াজনে জগদুৱাৰস্থিত ডাঃ দেৱেন দত্তৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় । লগতে ঘটনাটো সংঘটিত হোৱা টীয়ক চাহ বাগিচাৰ চিকিৎসালয়খনো পৰিদৰ্শন কৰে ৷

Intro:Body:টীয়কত ৰাজ্য চৰকাৰৰ তদন্ত বিষয়া
TEOK:টীয়ক চাহ বাগিছাত যোৱা ৩১ আগষ্টত উদণ্ড চাহ শ্ৰমিকৰ বৰ্বৰতাত প্ৰাণ হেৰুৱাব লগা হোৱা ডা: দেবেন দত্তৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক ক'ৰ্টৰ জড়িয়তে সম্পন্ন কৰাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ দায়িত্ব ৰাজ্য চৰকাৰে ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্যাম জগন্নাথক অৰ্পণ কৰিছিল।আজি টীয়কৰ জগদুৱাৰস্হিত ডা: দেবেন দত্তৰ বাসগৃহ আয়ুক্তগৰাকী উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয়।লগতে ঘটনাটো সংঘটিত হোৱা টীয়ক চাহ বাগিচাৰ চিকিৎসালয়খনতো পৰিদৰ্শন কৰি তদন্ত অব্যাহত ৰাখিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.