ETV Bharat / state

টীয়কত ভোটাধিকাৰ সাব্যস্ত ৰেণুপমা ৰাজখোৱাৰ - ৰেণুপমা ৰাজখোৱাৰ

টীয়কত ভোটাধিকাৰ সাব্যস্ত কৰে টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই

টীয়কত ভোটাধিকাৰ সাব্যস্ত ৰেণুপমা ৰাজখোৱাৰ
author img

By

Published : Apr 11, 2019, 9:16 AM IST

টীয়ক, 11 এপ্ৰিল : ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱা সমষ্টিকেইটাৰ ভিতৰত টীয়কটো পুৱাৰ পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷ টীয়কৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ সমাগম হয় অজস্ৰ জনসাধৰণৰ ৷ আনহাতে, টীয়কৰ বঙালী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই ৷ ৰাজখোৱাই ভোটধিকাৰ সাব্যস্ত কৰি উঠি ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ এইবাৰ সচেতন তথা যুৱ ভোটাৰে মিত্ৰজোঁটৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

Intro:Body:টীয়কত বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ভোটাধিকাৰ সাব্যস্ত/পুৱাই দীঘলীয়া শাৰী
TEOK:পুৱাই টীয়কৰ ভোট গ্ৰহণ কেন্দ্ৰ সমূহত ভোটাৰ ৰাইজৰ সঁহাৰি পৰিলক্ষিত হৈছে ।পুৱাই ভোটাৰৰ দীঘলীয়া শাৰী টীয়কৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত ।টীয়কৰ বঙালী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে টীয়ক বিধানসভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই । ৰাইজৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ এইবাৰ সচেতন তথা যুৱ ভোটাৰে মিত্ৰযুঁটৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি মন্তব্য প্ৰকাশ বিধায়িকাৰ।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.