ETV Bharat / state

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত ঘটনা, আৰু ১০ জনক আটক - টীয়ক

ঘটনাৰে জড়িত থকাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা সকলৰ ভিতৰত আছে বলমা গাঁও পঞ্চায়তৰ বিজেপি দলৰ গাঁও পঞ্চায়ত এজন সদস্য ৷ ইপিনে অব্যাহত আছে প্ৰতিবাদ-ধৰ্মঘট ৷

Teok doctor murder news update
author img

By

Published : Sep 3, 2019, 11:34 AM IST

টীয়কঃ 3 ছেপ্তেম্বৰঃ

  • ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত আৰু ১০ জনক আটক
  • এই পৰ্যন্ত আটকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি
  • তদন্তৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব মঙলবাৰৰ পৰা
  • টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৫ ছেপ্টেম্বৰলৈকে তিনিদিন দিনৰ ১১ বজাৰ পৰা ২ বজালৈ গ্ৰহণ কৰিব শুনানি
  • জিলা উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্তই গ্ৰহণ কৰিব শুনানি
  • ঘটনাৰে জড়িত থকাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা সকলৰ ভিতৰত আছে বলমা গাঁও পঞ্চায়তৰ বিজেপি দলৰ গাঁও পঞ্চায়ত এজন সদস্য
    Teok doctor murder news update
    ইয়াতেই হ'ব তদন্তৰ শুনানি গ্ৰহণ প্ৰক্ৰিয়া

ইপিনে অব্যাহত আছে প্ৰতিবাদ-ধৰ্মঘট

  • টীয়কতো চিকিৎসকৰ ধৰ্মঘট পালন
  • বন্ধ কৰি দিয়া হৈছে চিকিৎসালয় খন বহি: বিভাগ
  • অৱশ্যে অব্যাহত ৰাখিছে জৰুৰীকালীন চিকিৎসা সেৱা
    টীয়কতো চিকিৎসকৰ ধৰ্মঘট পালন

Intro:Body:TEOK@BREAKING
#টীয়ক কাণ্ডৰে জড়িত আৰু ১০ জনক আটক ।এই পৰ্যন্ত আটকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি।
#আটক কৰা ২২ জনক ন্যায়িক জিন্মালৈ প্ৰেৰণ ।
#ঘটনাৰে জড়িত থকাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা সকলৰ ভিতৰত এজন বলমা গাঁও পঞ্চায়তৰ বিজেপি দলৰ গাঁও পঞ্চায়তৰ সদস্য ।নাম মুকুল ৰাজোৱাৰ।
#টীয়কত ডা:দেবেন দত্তৰ হত্যাকাণ্ডৰ তদন্তৰ শুনানী গ্ৰহণ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ।
#টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৫ ছেপ্টেম্বৰলৈকে তিনিদিন দিনৰ ১১বজাৰ পৰা ২ বজালৈ গ্ৰহণ কৰিব শুনানী।
#জিলা উপায়ুক্তৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত শোভন গোৱালাই গ্ৰহণ কৰিব শুনানী।
#সকলো দল সংগঠন,সচেতন ৰাইজক এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে তদন্তকাৰী বিষয়াগৰাকীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.