- মেলেং কপাহধৰাৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ
- নিশা দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱাৰ সন্দেহ
- যুৱকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই
- আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ - RECOVER
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে
![টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3314727-904-3314727-1558158445110.jpg?imwidth=3840)
টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
- মেলেং কপাহধৰাৰ সমীপৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ যুৱকৰ মৃতদেহ
- নিশা দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱাৰ সন্দেহ
- যুৱকজনক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই
- আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে টীয়কত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
Intro:Body:টীয়কৰ মেলেংত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত মৃতদেহ
TEOK:যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অধীনৰ মেলেং কপাহধৰাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যুৱকৰ এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।নিশা গাড়ীৰ খুন্দাত যুৱক জনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে যদিও যুৱকজনক চিনাক্ত কৰিব পৰা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰিছে।Conclusion: