ETV Bharat / state

টীয়কতো সম্বৰ্ধনা ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ পালিত বৰাক

author img

By

Published : Jun 10, 2020, 5:57 PM IST

টীয়কৰ বিজেপিৰ কলিয়াপানী মণ্ডল কাৰ্যালয়ত আজি সম্বৰ্ধনা জনোৱা হয় ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ তথা জ্যেষ্ঠ বিজেপি নেতা পালিত বৰাক ৷ নৱনিযুক্ত অধ্যক্ষ তথা জ্যেষ্ঠ বিজেপি নেতা পালিত বৰাই দায়িত্ব গ্ৰহণ কৰিয়েই অসমৰ যুৱকসকলক স্বাৱলম্বী কৰাৰ অৰ্থে ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷

Teok Bjp greetings Palit bora
টীয়কতো সম্বৰ্ধনা ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ পালিত বৰাক

টীয়ক,10 জুনঃ টীয়কৰ বিজেপিৰ কলিয়াপানী মণ্ডল কাৰ্যালয়ত আজি সম্বৰ্ধনা জনোৱা হয় ৰাষ্ট্ৰীয় কৃষি বিপণন পৰিষদৰ নৱনিযুক্ত অধ্যক্ষ তথা জ্যেষ্ঠ বিজেপি নেতা পালিত বৰাক ৷ কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়াৰ সভাপত্বিতত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মণ্ডলৰ অধীনষ্ঠ পঞ্চায়ত তথা ৱাৰ্ডকে ধৰি বিভিন্ন পৰ্যায়ৰ দায়িত্বত থকা বিজেপিৰ সদস্যসকলে সম্বৰ্ধনা জ্ঞাপন কৰে নৱনিযুক্ত অধ্যক্ষ পালিত বৰাক ৷ ইপিনে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দেৱজিত বৰুৱা,প্ৰাক্তন জিলা সভাপতি জিতু হাজৰিকা,ৰফিক উজ জামানকে ধৰি কেইবাজনো জিলা আৰু মণ্ডলৰ বিষয়ববীয়া ৷

আনহাতে,নৱনিযুক্ত অধ্যক্ষ তথা জ্যেষ্ঠ বিজেপি নেতা পালিত বৰাই দায়িত্ব গ্ৰহণ কৰিয়েই অসমৰ যুৱকসকলক স্বাৱলম্বী কৰাৰ অৰ্থে ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়কঃবাঘজানৰ তৈলখাদৰ বিস্ফোৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ আলফা (স্বা)ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.