ETV Bharat / state

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতা অনুষ্ঠান

author img

By

Published : Dec 25, 2020, 7:09 PM IST

অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধীৰেন দোলাকাষৰীয়াৰ সভাপতিত্বত আয়োজিত এই বক্তৃতা অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট বিজ্ঞানী তথা লেখিকা ড° মালিনীয়ে নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত বিষয় 'ঈশ্বৰ ৰাম আৰু মানৱ ৰাম' এক পৰ্যালোচনাৰ ওপৰত বক্তব্য আগবঢ়াই অনুষ্ঠানটো জীপাল কৰি তোলে।

teok-anirban-lacture-program
টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ বক্তৃতা অনুষ্ঠান

টীয়ক, 25 ডিচেম্বৰ: টীয়কৰ অন্যতম অগ্ৰণী সামাজিক অনুষ্ঠান অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত চিন্তানায়ক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সপ্তম স্মাৰক বক্তৃতা অনুষ্ঠান শুকুৰবাৰে অনুষ্ঠিত হয় ৷ টীয়কৰ সুধাকন্ঠ ড°ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বক্তৃতা অনুষ্ঠানটো ।

অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধীৰেন দোলাকাষৰীয়াৰ সভাপতিত্বত আয়োজিত এই বক্তৃতা অনুষ্ঠানত যোৰহাটৰ বিশিষ্ট বিজ্ঞানী তথা লেখিকা ড° মালিনীয়ে নিদিৰ্ষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি নিৰ্ধাৰিত বিষয় 'ঈশ্বৰ ৰাম আৰু মানৱ ৰাম' এক পৰ্যালোচনাৰ ওপৰত বক্তব্য আগবঢ়াই অনুষ্ঠানটো জীপাল কৰি তোলে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ প্ৰাথমিক পাঠ্যক্ৰম প্ৰস্তুতিৰ সমিতিৰ নৱনিযুক্ত সদস্য শিক্ষাবিদ হিমেন ভট্টাচাৰ্যক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি চুপাৰষ্টাৰ ৰজনীকান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.