ETV Bharat / state

অংকুৰ জ্যোতি ভূঞাৰ গৃহত সাংসদ তপন কুমাৰ গগৈ

author img

By

Published : Jun 28, 2020, 12:02 AM IST

বাণিজ্যিত পঞ্চম স্থান দখল কৰা টীয়কৰ অংকুৰ জ্যোতি ভূঞাৰ গৃহত সাংসদ তপন কুমাৰ গগৈ উপস্থিত সম্বধৰ্না জনায় ৷

Teok ahsec commers all assam 5th position ankur jotiy bhuyan house visit mp topan gogoi
অংকুৰ জ্যোতি ভূঞাৰ গৃহত সাংসদ তপন কুমাৰ গগৈ

টীয়ক,27জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য বিভাগত পঞ্চম স্থান দখল কৰা ৷ যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ ছাত্র অংকুৰ জ্যোতি ভূঞাৰ টীয়কৰ গুৱাল গাঁৱস্থিত বাস গৃহত শনিবাৰে বিয়ল উপস্থিত হয় যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।

টীয়ক পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ্ জামান, কলিয়াপানী ব্লক বিজেপিৰ সভাপতি দীপক শইকীয়া, যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক টীয়কৰ যুৱ নেতা অমৰ জ্যোতি শইকীয়া,বলমা পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱা সহ ভালেকেইগৰাকী প্ৰতিনিধি আৰু দলীয় বিষয়ববীয়াৰ সৈতে উপস্থিত হৈ সাংসদ গৰাকীয়ে অংকুৰৰ পিতৃ ৰাজেন ভূঞা মাতৃ বন্তি ভূঞা আৰু স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰি মেধাৱী ছাত্র গৰাকীৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰে। ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিজকে গঢ়িব বিচৰা অংকুৰৰ পঢ়াৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ সাংসদ গৰাকীয়ে মাহে একহাজাৰ কৈ টকা দিয়াৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়কঃ গোলাঘাট নাৰ্ছিং হোমৰ বহু নথি পত্ৰৰ লগতে বায়'মেট্ৰিক মেচিন জব্দ আৰক্ষীৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.