ETV Bharat / state

কংগ্ৰেছ দলক আনৰ সহায়ৰ প্ৰয়োজন নাইঃ তৰুণ গগৈ

বৃহস্পতিবাৰে তিতাবৰত সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

author img

By

Published : Mar 28, 2019, 8:51 PM IST

তিতাবৰত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

তিতাবৰ, ২৮ মাৰ্চ: "দুৰ্বল লোককহে আনৰ প্ৰয়োজন হয় আমাক আনৰ প্ৰয়োজন নাই ,আমি অকলেই যুজি যাব পাৰিম " । এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । বৃহস্পতিবাৰে তিতাবৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে তৰুণ গগৈ । যোৰহাটৰ 12 নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তৰুণ গগৈয়ে । তিতাবৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত তৰুণ গগৈয়ে বিজেপিক কটাক্ষ কৰি কয় "আমি চকীদাৰ নহয়, চকীদাৰে দেশ বিক্ৰী কৰিব ওলাইছে " । কংগ্ৰেছৰ লক্ষ্য এটাই নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমবাসীক ৰক্ষা কৰা । কিন্তু বিজেপিয়ে ভোটৰ লালসাত বাংলাদেশীক অসমলৈ আনি অসমবাসীক ঠগাবলৈ ওলাইছে । লগতে বিজেপি দল জয়ী হলে অসমক দ্বিতীয় ত্ৰিপুৰা কৰি গঢ়ি তুলিব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

আনহাতে যোৰহাটৰ 12 নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ মন্তব্য অসমত যদি নিৱনুৱা সমস্যা সমাধান কৰিব পাৰে সেয়া একমাত্ৰ কংগ্ৰেছ দলেহে পাৰিব ।

Intro:A, c -আজি তিতাবৰত নিৰ্বাচনী ৰণ ডংকা বজালে কংগ্ৰেছ দলে। যত উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।Body:আজি তিতাবৰত কংগ্ৰেছ দলৰ ৰণ ডংকা।আজি প্ৰথম নিৰ্বাচনী প্ৰচাৰত নামিছে কংগ্ৰেছ ।যোৰহাট 12 no লোক সভা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই ৰ হৈ নিৰ্বাচনত প্ৰচাৰ চলালে তৰুণ গগৈয়ে। এই সভাত বি জে পি প্ৰাৰ্থী তপন গগৈক বদন আক্ষ্যা গাদীৰ কাৰণে দেশক বিক্ৰী কৰিব ওলাছে বিজেপি দলে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আৰু এই সভাত কয় আমি চকীদাৰ নহয় চকীদাৰে দেশ বিক্ৰী কৰিব ওলাইছে আজি কংগ্ৰেছৰ প্ৰধান ইছু আছিল নাগৰিক সংশোধনী বিধেয় । আজি সভাত তৰুণ গগৈয়ে কয় বিজেপি দল জয়ী হলে দ্বিতীয় ত্ৰিপুৰা হব অসম ।মোদী আৰু অমত চাহ মিছলীয়া আখ্যা নৰেন্দ্ৰ মোদী ডাঙৰীয়া কথা দিয়া এটা কথা নৰাখিলে। প্ৰতি মানুহক বিশ লাখ টকা দিয়া নিবনুৱা সমস্যা সমাধানৰ কৰা আদি ।সুশান্ত বৰগোঁহাই কয় কংগ্ৰেছ দল যদি আহে আমি নিবনুৱা সমস্যা সমাধান কৰিম । bite ex cm Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.