ETV Bharat / state

এজাক ধুমুহাই তচ-নচ কৰি গ'ল মৰিয়নীৰ বহু অঞ্চল - ক্ষতিসাধন

নিশা অহা ধুমুহাত বিস্তৰ ক্ষতিসাধন মৰিয়নীত ৷ কম বেছি পৰিমাণে কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও অঞ্চলটোত ব্যাহত বিদ্যুৎ সেৱা

ধুমুহাত তচ-নচ মৰিয়নী
author img

By

Published : Apr 27, 2019, 3:05 PM IST

মৰিয়নী, 27 এপ্ৰিল : মৰিয়নীত ধুমুহাৰ তাণ্ডৱ ৷ শুকুৰবাৰে নিশা অহা এজাক ধুমুহাই তচ-নচ কৰি গ'ল মৰিয়নীৰ বহু অঞ্চল ৷ নিশা অহা এই ধুমুহাত বিস্তৰ ক্ষতি সাধন হয় অঞ্চলকেইটাত ৷ মৰিয়নীৰ অন্তৰ্গত চেলেং, নকছাৰী আদি অঞ্চলত বহু লোকৰ বাসগৃহৰ লগতে স্কুল, ক্লাব ঘৰ আদি ভাঙি চুৰমাৰ কৰে বিধ্বংসী ধুমুহাই ৷

ধুমুহাত তচ-নচ মৰিয়নী

এই বিধ্বংসী ধুমুহাৰ ফলত কম বেছি পৰিমাণে কেইবাগৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঠায়ে ঠায়ে গছ উভালি পৰাত বৰ্তমানেও বিদ্যুৎ সেৱা ব্যাহত হৈ আছে বৃহত্তৰ অঞ্চলটোত ৷

আৰু পঢ়ক টীয়কৰ বিভিন্ন স্থানত ধুমুহাৰ তাণ্ডৱ

Intro:এজাক ধুমুহাই তচ-নচ কৰি গল সমগ্ৰ মৰিয়নী।
Body:MARIANI BIDHONKHI DHUMUHA

এজাক ধুমুহাই তচ-নচ কৰি গল সমগ্ৰ মৰিয়নী।

কালি নিশা হঠাৎ অহা এজাক ধুমুহাই তছনচ কৰি গল বৃহত্তৰ মৰিয়নী অঞ্চল। মৰিয়নীৰ অন্তৰ্গত ,চেলেং , নকছাৰী আদি অঞ্চলৰ কেইবাটাও বাসগৃহৰ লগতে কেইবাখনো স্কুল, ক্লাব ঘৰ এই বিধ্বংসী ধুমুহাই ভাঙি চুৰমাৰ কৰে।মৰিয়নীৰ দেবেৰাপাৰ অঞ্চলৰ কেইবাখনো প্ৰাথমিক বিদ্যালয়ৰ লগতে নকছাৰী কলেজৰ বিস্তৰ ক্ষতি সাধন কৰে এই ধুমুহাই। এই বিধ্বংসী ধুমুহাৰ ফলত প্ৰকাণ্ড গছ উৱলি পৰাত কেইবাটাও বাসগৃহ ধংশস্তুপত পৰিণত হোৱাৰ লগতে দেবেৰাপাৰ মামু হাজৰিকা নামৰ যুৱক জনৰ মটৰচাইকেল খনটো গছ পৰাত যথেষ্ট ক্ষতি হয়।এই বিধ্বংসী ধুমুহাৰ ফলত কম বেছি পৰিমানে কেইবাজনো ব্যক্তি আঘাতপ্ৰাপ্ত হয় যদিও বৰ্তমান তেওঁলোক বিপদমুক্ত বুলি জানিব পৰা গৈছে। এই ধুমুহাৰ ফলত ঠায়ে ঠায়ে গছ উভাল খাই পৰাৰ ফলত মৰিয়নীত বৰ্তমানলৈ বিদ্যুৎ যোগাযোগ ব্যাহত হৈ পৰিছে।

RANJIT BORAH
MARIANI
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.